09/06/2026
আজি খনামুখ আয়ুষ্মান আৰোগ্য মন্দিৰত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান (PMSMA)-ৰ ১০ বছৰ পূৰ্তি উদযাপন কৰা হয়। এই উপলক্ষে গৰ্ভৱতী মহিলাসকলৰ ANC পৰীক্ষা, পৰামৰ্শদান আৰু মাতৃ স্বাস্থ্য সম্পৰ্কীয় সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ASHA, ANM, স্বাস্থ্যকৰ্মী আৰু উপভোক্তাসকলৰ সক্ৰিয় অংশগ্ৰহণে কাৰ্যসূচী সফল কৰি তোলে।
Narendra Modi
Himanta Biswa Sarma
National Health Mission,Assam
Ashok Singhal
Nhm Sonitpur