NHM ASSAM Employee

NHM ASSAM Employee unofficial page

অসমীয়াৰ বাপোটিসাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো 🎉🎉
14/04/2026

অসমীয়াৰ বাপোটিসাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো 🎉🎉

Most urgent বুলি বিভিন্ন অৰ্ডাৰ দিয়ে লগতে ১ তাৰিখে দৰমহা দিবই বুলি বাৰ বাৰ অৰ্ডাৰ ওলাই... কিন্তু প্ৰতি মাহে দৰমহা দিয়া...
04/03/2026

Most urgent বুলি বিভিন্ন অৰ্ডাৰ দিয়ে লগতে ১ তাৰিখে দৰমহা দিবই বুলি বাৰ বাৰ অৰ্ডাৰ ওলাই... কিন্তু প্ৰতি মাহে দৰমহা দিয়াত যি খেল ধেমালি কৰে আমি ধিক্কাৰ জনাইছো । দুটা মাহ শেষ হোৱাৰ সময়ত এমাহৰ দৰমহা প্ৰদান কৰিলে কেনেকৈ চলিব আমাৰ কৰ্মচাৰী????
Himanta Biswa Sarma
Ashok Singhal
CMO Assam

অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী  অশোক সিংঘলক আজি তেখেতৰ ঢেঁকীয়াজুলিৰ বাসগৃহত  NHM কৰ্ম্মচাৰী সন্থাৰ প্ৰতিনিধি দল এটাই সাক্...
04/03/2026

অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংঘলক আজি তেখেতৰ ঢেঁকীয়াজুলিৰ বাসগৃহত NHM কৰ্ম্মচাৰী সন্থাৰ প্ৰতিনিধি দল এটাই সাক্ষাৎ কৰি হোলী 🫟 উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।

মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আপোনাৰ সবল নেতৃত্বৰ ওপৰত সদায় বিশ্বাস আৰু আশা কৰিছোঁ । খালী হৈ থকা পদ সমুহত...
26/02/2026

মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ
আপোনাৰ সবল নেতৃত্বৰ ওপৰত সদায় বিশ্বাস আৰু আশা কৰিছোঁ । খালী হৈ থকা পদ সমুহত আমাক বয়স অনুযায়ী National Health Mission,Assam ত ১০ বছৰ হৈ যোৱা কৰ্মচাৰী সকলক SRD ৰ জৰিয়তে নিয়মীয়া কৰি দিয়ে যেন । বহু আশাৰে আপোনালৈ বাট চাই

Himanta Biswa Sarma CMO Assam

মাননীয় মুখ্যমন্ত্ৰী মহোদয়,Himanta Biswa Sarma  SirNHM কৰ্মচাৰীৰ সম্পৰ্কত অনুগ্ৰহ কৰি বিবেচনা কৰে যেন...
08/01/2026

মাননীয় মুখ্যমন্ত্ৰী মহোদয়,
Himanta Biswa Sarma Sir

NHM কৰ্মচাৰীৰ সম্পৰ্কত অনুগ্ৰহ কৰি বিবেচনা কৰে যেন...

12/12/2025

Welcome to our New Executive Director NHM Assam Dr Abhijit Sarma sir 💐💐💐💐 #
09/12/2025

Welcome to our New Executive Director NHM Assam Dr Abhijit Sarma sir 💐💐💐💐 #

09/12/2025

Address

Gauhati

Alerts

Be the first to know and let us send you an email when NHM ASSAM Employee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share