13/01/2026
🌾ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা 🌾
উৰুকাৰ জুইয়ে নতুন আশাৰ পোহৰ আনি দিয়ক,
পিঠা-লাৰুয়ে আনি দিয়ক আনন্দ আৰু ঐক্য।
এই ভোগালী বিহুত সকলোৰে জীৱন
সুস্বাস্থ্য, সুখ আৰু শান্তিৰে ভৰাই তুলক।
Prime Care
A Multi - Speciality Physiotherapy Clinic & Medical Store
📍 Goroimari Bazar, Kamrup
📞 +91 70023 01382