NHM ASSAM Employee

NHM ASSAM Employee unofficial page

09/08/2026

Dear all Colleagues !!!

Today, our Resource Team from AAHTWA, NHM met our Hon’ble CM Sir to handover the Cheque of Rs. 200001 to CM's Relief Fund for Flood affected people. CM Sir appreciated our approach, also our Resource Team had a very good and fruitful discussions with our CM Sir regarding the major issues being faced by all our NHM Employees. CM Sir assured us to resolve all such issues very soon. We thanked him for his valuable times and rigorous response.

Regards,
Central Executive Committee, AAHTWA, NHM

10/07/2026

ধন্যবাদ Himanta Biswa Sarma sir 🙏🙏স্বাস্থ্য বিভাগত যঠেষ্ট সংখ্যক পদ সৃ্ষ্টি কৰি নিযুক্তিৰ ব্যৱস্থা কৰাৰ বাবে।

Sir please ১০ বছৰ সম্পূৰ্ণ কৰা NHM ৰ ডাক্তৰ , নাৰ্চ , লেবৰেটৰী টেকনচিয়ান, ফাৰ্মাচিষ্ট ৰ লগতে অন্যান্য কৰ্মচাৰী সকলক অনুগ্ৰহ কৰি special recruitment ৰ যোগেদি এই পদ সমূহৰ ভিতৰতে নিয়মীয়া কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনালো ৷ আপুনি যেন এইবাৰ কিবা এটা সুবিধা কৰি দিয়ে । অনুৰোধ জনালো 🙏🙏

Ashok Singhal

10/07/2026

ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানসমূহত ৩৩,২৪০টা নতুন পদৰ সৃষ্টিৰ প্ৰস্তাৱ।

10/07/2026

অসমৰ অন্তিমজন লোকৰ ওচৰলৈ স্বাস্থ্যসেৱা নিশ্চিতকৰণ

25/06/2026

💔 আনৰ জীৱন বচাবলৈ গৈ আমি নিজৰ জীৱনৰ আটাইতকৈ মূল্যৱান বছৰবোৰ উৎসৰ্গা কৰিলোঁ...
যেতিয়া মহামাৰী আহিছিল, আমি ভয় খোৱা নাছিলোঁ। যেতিয়া গাঁওসমূহলৈ স্বাস্থ্যসেৱা পৌঁছোৱা কঠিন আছিল, আমি থমকি ৰোৱা নাছিলোঁ। যেতিয়া মানুহক সহায়ৰ প্ৰয়োজন হৈছিল, আমি পিছুৱাই যোৱা নাছিলোঁ।
কিন্তু আজি...
আমাৰ সন্তানসকলে সোধে, “মা/দেউতা, আপোনাৰ চাকৰিটো স্থায়ী কেতিয়া হ’ব?”
এই প্ৰশ্নৰ উত্তৰ আমাৰ ওচৰতো নাই।
১০-২০ বছৰৰ সেৱাৰ পিছতো অপেক্ষা... নিয়মীয়াকৰণৰ অপেক্ষা, মৰ্যাদাপূৰ্ণ দৰমহাৰ অপেক্ষা, সুৰক্ষিত ভৱিষ্যতৰ অপেক্ষা।
আমি কোনো অনুগ্ৰহ বিচৰা নাই, মাত্ৰ আমাৰ ঘাম, সংগ্ৰাম আৰু আত্মনিবেদনৰ সন্মান বিচাৰিছোঁ।
🙏 আমাৰ সেৱাক স্বীকৃতি দিয়ক, আমাৰ ন্যায্য অধিকাৰ আমাক প্ৰদান কৰক।

20/06/2026

Himanta Biswa Sarma sir আমাৰ এন এইচ এম কৰ্মচাৰী সকলক চৰকাৰী স্বীকৃতি দি আমাৰ ভবিষ্যৎ জীবন তথা পৰিয়ালৰ সুৰক্ষিত কৰিবলৈ কাতৰে অনুৰোধ কৰিচো। আমি ২০০৬পৰা অনিশ্চয়তা ভৱিষ্যতৰ কথা টোৱে আমাক প্রতি দিনেই বৰ বেছি কৈ মনৰ দুমুজাত পেলাই। দৈনন্দিন বৃদ্ধি তথা আৰ্থিক অনাতনৰ লগতে সামাজিক ভাবেও বহুতো সমস্যা ত ভুক্তভোগী হৈ অপমানিত হবলগীয়া হয়। কাৰণ এটাই যে আমি এন এইচ এম ঠিকাভিত্তিক কৰ্মচাৰী।
প্লিজ চাৰ আপোনাক অনুৰোধ ১০ বছৰ সম্পূৰ্ণ কৰা NHM ৰ কৰ্মচাৰী সকলক অনুগ্ৰহ কৰি special recruitment ৰ যোগেদি নিয়মীয়া কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক 🙏
কথা দিছো আমি সকলো কমচাৰী য়ে পুনৰ নতুন উদ্যমে কাম কৰি অসমৰ MMR, IMR লগতে অন্য স্বাস্থ্য বিষয় সমূহতো % বহুত ভাল হব। আপোনাৰ লগত গৌৰৱ উজ্জ্বলাই ৰাষ্ট্ৰীয় ৰাজনৈতিকভাৱে কৃতিত্ব অর্জন কৰি অসম ও ভাৰত বুৰঞ্জী ত নাম উল্লেখ হওক যুগ-যোগলৈ।
Ashok Singhal CMO Assam

কি হব আমাৰ????
17/06/2026

কি হব আমাৰ????

Today AAHTWA Central Team felicitated our honourable Minister,  Health and family welfare,  Ashok Singhal  ji...Hope for...
13/06/2026

Today AAHTWA Central Team felicitated our honourable Minister, Health and family welfare,
Ashok Singhal ji...Hope for the best 🙏🙏

Today AAHTWA Central Team felicitated honourable Minister,  Health and family welfare,Assam
13/06/2026

Today AAHTWA Central Team felicitated honourable Minister, Health and family welfare,Assam

মাননীয় স্বাস্থ্য মন্ত্ৰী শ্ৰীযুত অশোক সিংহল ডাঙৰীয়াক সাক্ষাৎ কৰি NHM Employees Association, Assam (NEA) ৰ তৰফৰ পৰা আন্...
10/06/2026

মাননীয় স্বাস্থ্য মন্ত্ৰী শ্ৰীযুত অশোক সিংহল ডাঙৰীয়াক সাক্ষাৎ কৰি NHM Employees Association, Assam (NEA) ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰা হয়।
​অসমৰ স্বাস্থ্য খণ্ডৰ উন্নয়ন আৰু NHM কৰ্মচাৰীসকলৰ কল্যাণৰ হকে তেখেতে গ্ৰহণ কৰা ইতিবাচক পদক্ষেপৰ বাবে আমি গভীৰ কৃতজ্ঞ। আগন্তুক দিনতো তেখেতৰ বলিষ্ঠ নেতৃত্ব আৰু সহযোগিতা একান্তই কাম্য। 🙏

​ধন্যবাদেৰে,
NHM Employees Association, Assam

Ashok Singhal

Address

Guwahati

Alerts

Be the first to know and let us send you an email when NHM ASSAM Employee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share