Sewa Medical - Chemist & Druggist

Sewa Medical - Chemist & Druggist Always Give Massive Value

30/05/2026

Skin specialist
MD Dermatology
চৰ্ম ৰোগ বিশেষজ্ঞ, ছালৰ যিকোনো ৰোগৰ বাবে পৰামৰ্শ লওক অভিজ্ঞ চিকিৎসকৰ দ্বাৰা

16/05/2026

হাৰ্টৰ চিকিৎসক ডাক্তৰ মৃদুল মহন্ত প্ৰতি শনিবাৰে ডবকা সেৱা মেডিকেল(Sewa Medical)

 #ডবকা সেৱামেডিকেল #হাৰ্টৰডক্টৰ  #হৃদৰোগবিশেষজ্ঞ  Mridul Mahanta
09/05/2026

#ডবকা সেৱামেডিকেল
#হাৰ্টৰডক্টৰ

#হৃদৰোগবিশেষজ্ঞ
Mridul Mahanta

24/04/2026

Cardiologist Dr Mridul Mahanta
হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ মৃদুল মহন্ত

10/04/2026

ENT , Gynecologists,Ortho প্ৰতি দেওবাৰে

প্ৰতি দেওবাৰে Gynecologist Dr Nazrul IslamSewa medical Doboka,near police point
10/04/2026

প্ৰতি দেওবাৰে Gynecologist Dr Nazrul Islam
Sewa medical Doboka,near police point

24/03/2026

Urology Dr Hiranya Deka

ডায়াবেটিছ বেমাৰ কি?ডায়াবেটিছ হৈছে এটা ৰোগ, য’ত আমাৰ দেহত চিনি (ব্লাড চুগাৰ)ৰ পৰিমাণ বেছি হয়। এইটো সাধাৰণতে ইনচুলিন ঠি...
24/03/2026

ডায়াবেটিছ বেমাৰ কি?
ডায়াবেটিছ হৈছে এটা ৰোগ, য’ত আমাৰ দেহত চিনি (ব্লাড চুগাৰ)ৰ পৰিমাণ বেছি হয়। এইটো সাধাৰণতে ইনচুলিন ঠিকমতে কাম নকৰাৰ বাবে হয়।
ইয়াৰ লক্ষণসমূহ কি কি হব পাৰে?
* বেছি পিয়াহ লগা
* বাৰে বাৰে পেচাব হোৱা
* দেহত শক্তি নাথকা বা সহজে ভাগৰি যোৱা
* আচমকা ওজন কমি যোৱা
* চকুৰে ধোঁৱাটে দেখা
* ক্ষত দেৰিতে শুকোৱা
* হাত-ভৰিত ঝিনঝিন বা জ্বলা অনুভৱ

👉 চিন্তাৰ কোনো কাৰণ নাই।
আপুনি DR HITESH DEKA (ডায়াবেটিছ বিশেষজ্ঞ) ৰ সৈতে আগতীয়াকৈ এপয়েন্টমেন্ট বুক কৰি সঠিক পৰামৰ্শ ল’ব পাৰে।
✔ উন্নত চিকিৎসা সুবিধা
✔ অভিজ্ঞ বিশেষজ্ঞৰ যত্ন
✔ নিয়মিত চেকআপ আৰু গাইডেন্স
📞 আজিয়েই এপয়েন্টমেন্ট বুক কৰক..

22/03/2026

Ent Doctor আপুনিও হোজাইৰ ডবকা অঞ্চলত এগৰাকী অভিজ্ঞ নাক, কান, ডিঙিৰ অথবা ছাইনাছৰ চিকিৎসক বিচাৰি আছে নেকি ?

নাক, কান,ডিঙি অথবা ছাইনাছ আদি যিকোনো সমস্যায় দেখা দিছে নেকি আপোনাক ?

তেনেহলে আজিয়ে যোগাযোগ কৰক ডবকা টাউনৰ Sewa Medical ৰ সৈতে , যত পাব অভিজ্ঞ ENT বিশেষজ্ঞ চিকিৎসক

নগাঁও Nidhan Hospital ৰ Dr. Mrinmoy Kr. Bora, M.B.B.S., M.S.
ENT Specialist & Micro Ear Surgeon

চিকিৎস্যা কৰেঃ কাণ পকা, কাণৰ পৰা পানী পৰা, কাণৰ পৰ্দা ফুটা হোৱা, কাণৰ বিষ, কাণৰ ভিতৰত ঝিন ঝিন শব্দ হোৱা, কাণেৰে কম শুনা বা একেবাৰে নুশুনা, কাণ বন্ধ হৈ থকা, মুৰৰ বিষ, মুৰ ঘূৰণী, মুৰ গধুৰ লগা, ঘনে ঘনে ছর্দি লগা, নাক বন্ধ হৈ থকা, টোপনিত নাকৰ শব্দ হোৱা, ছাইনাছাইটিচ্, নাকৰ ভিতৰত মাংস বঢ়া, নাকেদি তেজ পৰা, ডিঙিৰ বিষ, ডিঙি ফুলি যোৱা, টনচিলাইটিচ্, ফেৰিনযাইটিচ্, লেৰিনযাইটিচ্, ঘনে ঘনে কাহ হৈ থকা ইত্যাদিৰ সু-চিকিৎস্যা পাব ।

ৰোগী চোৱাৰ সময়ঃ প্ৰতি ৰবিবাৰে ।

ঠিকনাঃ SEWA MEDICAL, Police point, Doboka Town, Hojai Assam

যোগাযোগ নম্বৰঃ
6900536699

20/03/2026

Address

Police Point, Doboka Town : Hojai
Hojai
782440

Website

Alerts

Be the first to know and let us send you an email when Sewa Medical - Chemist & Druggist posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share