05/04/2024
°°°°আপোনাৰ চকুযুৰি ভালে ৰাখিবলৈ তলৰ নিয়মকেইটা মানি চলক°°°
১. ৰাতিপুৱা শুই উঠি চকুত খুব জোৰকৈ পানী নামাৰিব।
২. বহুত বেছি ঠাণ্ডা পানীৰে চকু নুধুব।
৩. ধূলি, ধোৱাৰ পৰা বাচিবলৈ পাৰিলে চছমা ব্যৱহাৰ কৰক।
৪. ৰ'দৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা বাচিবলৈ UV Protection চান গ্লাচ ব্যৱহাৰ কৰক।
৫. প্ৰতি বছৰত এবাৰ হ'লেও আপোনাৰ চকুৰ দৃষ্টি শক্তি সঠিক আছেনে পৰীক্ষা কৰক।
৫. যদি আপোনাৰ ওচৰৰ বা দূৰৈৰ বস্তু দেখাত অসুবিধা হৈছে সঠিক দৃষ্টিশক্তিৰ চছমা ব্যৱহাৰ কৰক।
৬. মবাইল ফোন ব্যৱহাৰ কৰোঁতে ইয়াৰ Blue light ৰ পৰা ৰক্ষা পাবলৈ Blue Light Protection Lens / Blue Cut Lens ব্যৱহাৰ কৰক। মনত ৰাখিব এই Blue light য়ে আপোনাৰ চকু আৰু টোপনি দুয়োটাতে প্ৰভাৱ পেলায়।
চকুৰ আকশ্মিক দুৰ্ঘটনা হ'লে অথবা চকুৰ অসুখ হ'লে পলম নকৰি অতি সোনকালে চকু বা দৃষ্টিশক্তি বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক। লগতে চকুৰ কিবা সমস্যাৰ বিষয়ে জানিবলৈ ফোনযোগে যোগাযোগ কৰক-
6003663165
EKLABYA Ekalabya Eye Care Centre & Optical , Jakhalabandha infront of MBazaar