Junmoni Vlogs

Junmoni Vlogs Zindagi Ko Kaisa Jeena (Junmoni Vlogs)

চুপতি মানুহে জীৱন্ত কালত বহুত ডাঙৰ পুখুৰী বা খাল আদি পুতি ভৰাব পাৰে। কিন্তু জীবন্ত কালত কি বস্তু বা খাল পুতি ভৰাব নোৱাৰে...
15/07/2026

চুপতি
মানুহে জীৱন্ত কালত বহুত ডাঙৰ পুখুৰী বা খাল আদি পুতি ভৰাব পাৰে। কিন্তু জীবন্ত কালত কি বস্তু বা খাল পুতি ভৰাব নোৱাৰে?
কোনে কি জানে কমেণ্ট ত জনাব - ?

04/07/2026
04/07/2026

আমাৰ গৌৰৱ আমাৰ ৰাজ্যৰ গৌৰৱ। তোমালোক আৰু আগুৱাই যোৱা। ভৱিষ্যত উজ্বল কামনা কৰিলো।

04/07/2026

Beti

04/07/2026

We

30/06/2026

আমাৰ মৰমৰ একমাত্ৰ কন্যাৰ ৪ বছৰ সম্পূৰ্ণ আলিশা লৈ জন্মদিনৰ বহুত শুভেচ্ছা আৰু অফুৰন্ত আশীৰ্বাদজনালোঁ।
তোমাৰ জীৱনৰ নতুন নতুন অধ্যায়সমূহত তুমি সদায় সুস্থ, সুখী আৰু তোমাৰ দীৰ্ঘায়ু কামনা। মই তোমাৰ পাপা হিচাপে এয়াই মোৰ আন্তৰিক কামনা।
শুভ জন্মদিন আলিশা।
💕💕💕💕💕💕❤️❤️❤️

11/06/2026

শিখ ধৰ্মালম্বী যুৱক ৰ প্ৰতিভা টো বহুত ভাল লাগিল সাঁচি ৰাখিলোঁ। তেওঁ কিবা মিছত ওলাই আহিছে সেয়েহে আৰ্শীবাদ থাকিল । সকলোৱে আৰ্শীবাদ কৰিব।

29/05/2026





😭😭😭😭

= বন্ধুক আৰু বন্ধুৰ ৰ পাৰ্থক্য
অপ্ৰিয় হলেও চিৰন্তন সত্য
প্ৰত্যেকৰ লগত এনেকুৱা গভীৰ বন্ধু থাকে
এইবাৰ ভাৱিব চোন। 🙏🙏🙏

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when Junmoni Vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share