10/08/2026
স্বাস্থ্য পৰীক্ষা শিবিৰ – ০৯/০৮/২০২৬
বানপানীৰ ফলত ক্ষতিগ্ৰস্ত আমাৰ সমাজৰ লোকসকলৰ প্ৰতি সংহতি আৰু সহমৰ্মিতাৰ এক সৰু প্ৰয়াস হিচাপে, এই কঠিন সময়ত চিকিৎসাৰ প্ৰয়োজন হোৱা লোকসকলক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে আমি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিলোঁ।
কাৰণ স্বাস্থ্য কোনো বিশেষাধিকাৰ নহয়, ই সকলোৰে অধিকাৰ।
Health Checkup Camp – 2026
As a small gesture of solidarity with our flood-affected communities, we conducted a Free Medical Checkup Camp to support those who needed medical attention during this difficult time.
Because health is a right, not a privilege.