03/07/2026
🌿 Makhana Farming in Assam 🚀
Low Investment • High Demand • High Profit
Assam-ৰ কৃষক আৰু নৱপ্ৰজন্মৰ বাবে এটা বিশাল future superfood business opportunity! 💚
আমাৰ অসমৰ প্ৰাকৃতিক খাল, বিল, আৰু অব্যৱহৃত পুখুৰীসমূহ Makhana (Fox Nut) খেতিৰ বাবে একদম perfect. Makhana cultivation-ৰ বাবে shallow and stagnant water-ৰ প্ৰয়োজন হয়, যিটো আমাৰ অসমত প্ৰচুৰ পৰিমাণে natural ভাৱে পোৱা যায়।
কিয় কৰিব Makhana Farming?
Low Investment: ইয়াৰ খেতিৰ বাবে বেছি মূলধনৰ প্ৰয়োজন নহয় আৰু maintenance-ও বহুত কম।
High Demand: Health-conscious মানুহৰ মাজত healthy snack হিচাপে ইয়াৰ demand বৰ্তমান sky-high! It is a trending superfood globally.
High Profit: Local market আৰু export market দুয়োটাতে ইয়াৰ বহুত ভাল দাম পোৱা যায়।
💰 Makhana Price:
₹80/kg-ৰ পৰা ₹1200/kg লৈকে (Depending on quality & processing).
যদি আপুনি agriculture sector-ত নতুন startup আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে this could be a major game-changer for you! 💯
Follow Orgafina Assam 🌿 for more farming & startup ideas 🌱