DURGA MEDICAL HALL

DURGA MEDICAL HALL Only God Can Give Life Doctor Save it

দুৰ্গা মেডিকেল হল তৰফৰ পৰা আপোনাৰলোকক আজি ভগৱান বিষ্ণুৰ শ্ৰেষ্ঠ অৱতাৰ শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী। হিন্দু বৰ্ষপঞ্জী মতে ভ...
04/09/2026

দুৰ্গা মেডিকেল হল তৰফৰ পৰা আপোনাৰলোকক
আজি ভগৱান বিষ্ণুৰ শ্ৰেষ্ঠ অৱতাৰ শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী। হিন্দু বৰ্ষপঞ্জী মতে ভাদ মাহৰ কৃষ্ণ-অষ্টমী তিথিত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম জয়ন্তী জন্মাষ্টমী, কৃষ্ণাষ্টমী, গোকুল অষ্টমী, ৰোহিনী অষ্টমী আদি নামেৰে দেশৰ বিভিন্ন অঞ্চলত অতি উলহ-মালহেৰে পালন কৰা হয়।
আজি এই পবিত্ৰ জন্মাষ্টমীৰ শুভ ক্ষণত কুশল কামনা কৰি আটাইলৈ প্ৰীতি ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
সেৱাৰে.....🙏

বিশ্ব সৰ্প দিৱস১৬ জুলাই ২০২৬আতংকিত নহ'ব!সাপে কামুৰিলে এই পদক্ষেপবোৰ অনুসৰণ কৰককৰিবলগীয়া1.আতংকিত নহৈ সাপে কামোৰা লোকজনক স...
16/07/2026

বিশ্ব সৰ্প দিৱস
১৬ জুলাই ২০২৬
আতংকিত নহ'ব!
সাপে কামুৰিলে এই পদক্ষেপবোৰ অনুসৰণ কৰক

কৰিবলগীয়া

1.আতংকিত নহৈ সাপে কামোৰা লোকজনক সাহস যোগাওক
লাহে লাহে সাপডালৰ কাষৰ পৰা আঁতৰি যাওক।
2.যদি কেনেবাকৈ আপোনাৰ চকুত সাপৰ বিষ পৰিছে তেনে ক্ষেত্রত পানীৰে ভালদৰে চকুযুৰি ধুই লওক
3.সাপে খুটিওবা (কামোৰা) অংশ লৰচৰ নকৰাকৈ ৰাখিবৰ
4.সাপে খুটিওৱা ব্যক্তিজনৰ জোতা, বেল্ট, আঙঠি, ঘড়ী, গহনা বা টান কাপোৰ ইত্যাদি খুলি দিব লাগে
5.দংশন কৰা ব্যক্তিজনক বাওঁফালে মূৰ কৰোৱাই, সোঁ ভৰিখন বেঁকা কৰি আৰু হাতত মুখখন ভেজা দিব পৰাকৈ শুৱাই দিব লাগে
6.তৎক্ষণাৎ চিকিৎসাৰ বাৰে নিকটৱৰ্তী স্বাস্থ্য কেন্দ্রলৈ লৈ যাওক
7.সাপে খুটিওরা অংশটো লৰচৰ কৰিব নোৱাৰাকৈ নোৱ স্পিন্টৰ সহায়ত বান্ধি থ'ব লাগে (আঙুলি এটা সোমোৱাব পৰাকৈ বান্ধিব লাগে)

নকৰিবলগীয়া

1.সাপে খুটিওরা ব্যক্তিজনক অত্যাধিক পৰিশ্ৰম কৰিবলৈ বা ভয় বা শংকা কৰিব নিদিব
2.সাপডালক আক্রমণ নাইবা হত্যা নকৰিব। যদি আপুনি সাপডালৰ ওচৰত থাকে তেন্তে ই আপোনাক কামুৰিব বা খুটিব পাবে
3.সাপৰ বিষ আপোনাৰ চকুত পৰিলে চকুটো মোহাৰি নিদিব। চকুটো মোহাৰিলে চকুৰ ক্ষতি হোৱাৰ লগতে চকুৰে সাপৰ বিষ শৰীৰলৈ বিয়পিব পাৰে
4.সাপে খুটিওরা অংশত স্থানীয় পদ্ধতিবে ব্লেড আদিৰে কাটি নাইবা সাপৰ প্ৰতিৰোধী বেজী নল'ব
5.বক্ত সঞ্চালন বন্ধ হোৱাকৈ সাপে খুটিওৱা অংশ বান্ধি নাৰাখিব। ইয়াৰ ফলত ব্যক্তিজনৰ সংক্ৰমণ হৈ অংগ হেৰুৱাবলগীয়া আনকি মৃত্যু পর্যন্তও হ'ব পাৰে
6.ব্যক্তি জনক ওপৰমুৱাকৈ শুৱাই নিদিব। ওপৰমুৱাকৈ শুৱাই দিলে ব্যক্তিজনৰ উশাহ-নিশাহ বন্ধ হৈ যাব পাৰে
7.বেজ-বেজালিৰ দ্বাৰা জবা-ফুকা বা অন্যান্য কোনো চিকিৎসা গ্রহণ নকৰিব

জাপানীজ এনকেফেলাইটিছ মহৰ কামোৰৰ জৰিয়তে সংক্ৰমিত হোৱা এই ৰোগে মগজুত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। জ্বৰ, মূৰৰ বিষ, বিভ্ৰান্তি...
16/07/2026

জাপানীজ এনকেফেলাইটিছ
মহৰ কামোৰৰ জৰিয়তে সংক্ৰমিত হোৱা এই ৰোগে মগজুত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। জ্বৰ, মূৰৰ বিষ, বিভ্ৰান্তি, অচেতনতা আদি লক্ষণ দেখা দিলে তৎক্ষণাৎ আপোনাৰ নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰত যোগাযোগ কৰক।
✅ প্ৰতিষেধক গ্ৰহণ কৰক।
✅ মহৰ কামোৰৰ পৰা সুৰক্ষিত থাকক।
✅ আঁঠুৱা ব্যৱহাৰ কৰক ।
✅ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক
✅ নিজকে সুৰক্ষিত ৰাখক আৰু জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধ কৰক।

দুৰ্গ মেডিকেল হল  তৰফৰ পৰা আপোনাৰ লোক সকলোক পবিত্ৰ ঈদ-উল-ফিতৰ উপলক্ষে  সমূহ ইছলামধৰ্মী ৰাইজক আন্তৰিক শুভেচ্ছা জনাইছোঁ। এ...
21/03/2026

দুৰ্গ মেডিকেল হল
তৰফৰ পৰা আপোনাৰ লোক সকলোক
পবিত্ৰ ঈদ-উল-ফিতৰ উপলক্ষে সমূহ ইছলামধৰ্মী ৰাইজক আন্তৰিক শুভেচ্ছা জনাইছোঁ। একতা আৰু সমন্বয়ৰ এই উৎসৱে আমাৰ সমাজখনক সদায় একগোট কৰি ৰাখক।
গ্ৰুপৰ সমুহ সদস্য সকলক পবিত্ৰ ঈদ-উল-ফিতৰ ৰ শুভেচ্ছা জ্ঞাপন কৰিলো । সকলোৱে ভালে-কুশলে থাকক, সুস্থ থাকক আৰু সুন্দৰ মনৰ অধিকাৰী হৈ থাকক ।
ঈদ মুবাৰক 🤝
সকলোৰে দিন শুভ হওক

Address

Bihpuria Near Bharat Gas Agency Ghy Road
Bihpuriagaon
784161

Telephone

+917086510095

Website

Alerts

Be the first to know and let us send you an email when DURGA MEDICAL HALL posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DURGA MEDICAL HALL:

Shortcuts

Share