GET WELL Advance Physiotherapy & Pain Relief Centre

GET WELL Advance Physiotherapy & Pain Relief Centre •Orthopaedic Rehab
•Neurological Rehab
•Cardiological Rehab
•Geriatric Rehab

Happy Birthday Zubeen da.
17/11/2025

Happy Birthday Zubeen da.

10/07/2024
21/06/2024

Tomorrow & Day after tomorrow (Saturday, Sunday),

Orthopaedic surgeon will be available at our clinic,

For registration contact:-

7638094798 / 9957584357

অহা শনিবাৰ আৰু দেওবাৰে (9 আৰু 10 ডিচেম্বৰ) দিনৰ 11 বজাৰ পৰা আমাৰ chamberত লগ পাব৷(Traffic point ৰ পৰা 50 মিটাৰমান লখিমপু...
08/12/2023

অহা শনিবাৰ আৰু দেওবাৰে (9 আৰু 10 ডিচেম্বৰ) দিনৰ 11 বজাৰ পৰা আমাৰ chamberত লগ পাব৷

(Traffic point ৰ পৰা 50 মিটাৰমান লখিমপুৰ ৰাস্তাত৷
contact no - 7638094798)

Orthopaedic surgeon available 4 days (every alternate days)in a week..Plz contact -7638094798
31/10/2023

Orthopaedic surgeon available 4 days (every alternate days)in a week..

Plz contact -7638094798

21/10/2023

Frozen shoulder ৰোগত ভূগি থকা Patient ৰ নিজৰ মূখেৰে তেখেতৰ recovery অনুভৱ প্ৰকাশ কৰিছে...

আপুনি যদি হাঁড়ৰ যিকোনো সমস্যাত ভূগি আছে যেনে গাঁঠিৰ বিষ,ককালৰ বিষ,আঠুৰ বিষ,fracture ইত্যাদি...তেনেহলে পূজাৰ দুদিন অহা শন...
20/10/2023

আপুনি যদি হাঁড়ৰ যিকোনো সমস্যাত ভূগি আছে যেনে গাঁঠিৰ বিষ,ককালৰ বিষ,আঠুৰ বিষ,fracture ইত্যাদি...
তেনেহলে পূজাৰ দুদিন অহা শনিবাৰে আৰু দেওবাৰে দিনৰ
১০ বজাৰ পৰা Dr. Mrityunjoy Gohain(MS,ORTHO) ক আমাৰ CHAMBER ত লগ পাব৷

যোগাযোগ—7638094798/9957584357

18/09/2023

Happy Biswakarma puja to all..নিজৰ সংস্কৃতি ৰক্ষা কৰিও আজিৰ দিনটোত ৰোগী সকলৰ সুবিধাৰ্থে সেৱা আগবঢ়োৱা হৈছে৷
.

অহা বুধবাৰ আৰু বৃহস্পতিবাৰে(৬ আৰু ৭ চেপ্তেম্বৰত)orthopaedic surgeon ডা°মৃত্যুঞ্জয় গোহাঁইক আমাৰ chamber ত লগ পাব৷যিকোনো ধ...
05/09/2023

অহা বুধবাৰ আৰু বৃহস্পতিবাৰে(৬ আৰু ৭ চেপ্তেম্বৰত)orthopaedic surgeon ডা°মৃত্যুঞ্জয় গোহাঁইক আমাৰ chamber ত লগ পাব৷যিকোনো ধৰণৰ হাঁড়ৰ সমস্যাৰ কাৰণে যোগাযোগ কৰিব পাৰিব৷
যোগাযোগৰ নম্বৰ—7638094798

প্ৰত্যেক বৃহস্পতি বাৰ,শনিবাৰ আৰু দেওবাৰে orthopaedic surgeon(Registrar,LMCH) ডা° মৃত্যুঞ্জয় গোহাঁইক আমাৰ চেম্বাৰত লগ পাব...
12/07/2023

প্ৰত্যেক বৃহস্পতি বাৰ,শনিবাৰ আৰু দেওবাৰে orthopaedic surgeon(Registrar,LMCH) ডা° মৃত্যুঞ্জয় গোহাঁইক আমাৰ চেম্বাৰত লগ পাবৰ বাবে যোগাযোগ কৰিব পাৰে 7638094798 নম্বৰত৷
তেখেতক লগ পোৱাৰ সময়সূচী পুৱা 11 বজাৰপৰা 1 বজালৈ আৰু সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ৷

Address

Bihpuria, North Lakhimpur Road, Nearby Bihpuria Traffic Point
Bihpuriagaon
784161

Opening Hours

Monday 9:30am - 8pm
Tuesday 9:30am - 8pm
Wednesday 9:30am - 8pm
Thursday 9:30am - 8pm
Friday 9:30am - 8pm
Saturday 9:30am - 8pm
Sunday 9:30am - 4pm

Website

Alerts

Be the first to know and let us send you an email when GET WELL Advance Physiotherapy & Pain Relief Centre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share