Rehab- Physiotherapy & Rehabilitation Centre.

Rehab- Physiotherapy & Rehabilitation Centre. It's a Multi-speciality Physiotherapy & Rehabilitation Centre with Good Staff.

30/04/2026

ষ্ট্ৰ'ক,মাংসপেশীৰ দুৰ্বলতা,গাঁঠিৰ বিষ,কঁকালৰ বিষ,ডিঙিৰ বিষ,ৰাজহাঁড়ৰ সমস্যা,নাৰ্ভৰ সমস্যা,মহিলাৰ নানা ধৰনৰ সমস্যা,বয়সজনিত সমস্যা, শিশুৰ বিকাশৰ লগত জড়িত সমস্যা আদিৰ লগতে সকলো ধৰণৰ ফিজিঅ'থেৰাপী সেৱা উপলব্ধ আমাৰ চিকিৎসাকেন্দ্ৰত।উন্নত প্ৰযুক্তিৰ নানা মেচিন আৰু অন্যান্য উপায় যেনে- Therapeutic Cupping, Kinesio Taping, Mobilization & Manipulation আদিৰ যোগেদি অতি কম দিনত নানা ৰোগৰ পৰা সকাহ পাব পাৰি ।
আমি যৎপৰোনাস্তি চেষ্টা কৰো ৰোগীসকলক সোনকালে সুস্থ কৰি তুলিবৰ বাবে।এগৰাকী ৰোগীৰ মনোবল,কৰ্মস্পৃহা আৰু আমাৰ প্ৰচেষ্টাৰ সন্মিলিত শক্তিত ৰোগীৰ দ্ৰুত আৰোগ্য দেখা যায়।

আমাক আদৰিলোৱা সকলোলৈকে অশেষ কৃতজ্ঞতা জনাই সকলোৰে সঁহাৰি আৰু আৰ্শীষ কামনা কৰিলোঁ।

21/04/2026
21/04/2026

দুটাকৈ বছৰ আৰু বহুযোজন বাট...
এই দুটাকৈ বছৰত আমাক আমাৰ যাত্ৰাত সংগ দিয়া সকলোলৈকে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা🙏🙏

01/03/2026

Patient testimonial.
A satisfactory recovery of a Stroke Patient(Left Side Hemiplegia).We salute him for his dedication, Mental strength and Trust for us.
ৰোগীৰ মতামত -
সুস্থ হৈ উঠা আমাৰ এগৰাকী ৰোগী। উচ্চ ৰক্তচাপত ভুগি তেখেতৰ বাওঁ ফাল পক্ষাঘাতত ভোগাৰ পাছত আমাৰ চিকিৎসা গ্ৰহণ কৰি বৰ্তমান তেখেত সম্পূৰ্ণ সুস্থ।তেখেতৰ মনোবল আৰু দৃঢ়তাক আমি সন্মান জনাইছোঁ আৰু আমাক বিশ্বাস কৰি অহাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।
Dr Nabapallab Bhuyan ,PT

Address

Tezpur Road
Bihpuriagaon
784164

Opening Hours

Monday 9am - 7pm
Tuesday 9am - 7pm
Wednesday 9am - 7pm
Thursday 9am - 7pm
Friday 9am - 7pm
Saturday 9am - 7pm
Sunday 11am - 7pm

Website

Alerts

Be the first to know and let us send you an email when Rehab- Physiotherapy & Rehabilitation Centre. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share