Lalmati Ayushman Arogya Mandir

Lalmati Ayushman Arogya Mandir Myself Muktadir Hussain working as Community Health Officer in the inhabitants village of Sandalartari,PO-Fakiragram,Dist kokrajhar Assam

ঘৰে ঘৰে গৈ ৯–১৪ বছৰৰ ছোৱালীসকলক HPV Vaccine দিয়াৰ বাবে অভিভাৱক আৰু স্থানীয় লোকসকলক সচেতন কৰা হয়। টীকাকৰণৰ উপকাৰিতা, স...
22/05/2026

ঘৰে ঘৰে গৈ ৯–১৪ বছৰৰ ছোৱালীসকলক HPV Vaccine দিয়াৰ বাবে অভিভাৱক আৰু স্থানীয় লোকসকলক সচেতন কৰা হয়। টীকাকৰণৰ উপকাৰিতা, সুৰক্ষা আৰু জুৰায়ুমুখৰ কেন্সাৰ প্ৰতিৰোধৰ বিষয়ে বুজাই দিয়া হয়।


আজি Nalbari Districtৰ পৰা SC-AAM ৰ CHO দাদা-ভাইটি আৰু মোৰ লগৰসকলে আমাৰ Lalmati SC-AAM পৰিদৰ্শন কৰি NQAS preparation কেনে...
20/05/2026

আজি Nalbari Districtৰ পৰা SC-AAM ৰ CHO দাদা-ভাইটি আৰু মোৰ লগৰসকলে আমাৰ Lalmati SC-AAM পৰিদৰ্শন কৰি NQAS preparation কেনেদৰে অধিক সুসংগঠিত আৰু মানসম্পন্নভাৱে আগবঢ়াব পাৰি সেই বিষয়ে মত-বিনিময় আৰু অভিজ্ঞতা আদান-প্ৰদান কৰে।

একেলগে শিকোঁ, একেলগে আগবাঢ়োঁ — উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে।

আজিৰ VHSND ত উপস্থিত থকা স্থানীয় ৰাইজক Japanese Encephalitis (JE) ৰ লক্ষণ, উপসৰ্গ আৰু ইয়াৰ পৰা কেনেদৰে বাচি থাকিব পাৰি স...
20/05/2026

আজিৰ VHSND ত উপস্থিত থকা স্থানীয় ৰাইজক Japanese Encephalitis (JE) ৰ লক্ষণ, উপসৰ্গ আৰু ইয়াৰ পৰা কেনেদৰে বাচি থাকিব পাৰি সেই বিষয়ে সচেতন কৰা হয়।

🦟 মহৰ কামোৰৰ পৰা সাৱধান থাকক
✅ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক
✅ শিশুসকলক JE টিকাকৰণ কৰাওক
✅ জ্বৰ, মূৰ বিষ, বমি বা খিঁচুনি দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক

সচেতনতা আৰু প্ৰতিরোধেই JE ৰ বিৰুদ্ধে সৰ্বশ্ৰেষ্ঠ সুৰক্ষা।

ঘৰে ঘৰে গৈ ASHA, ANM আৰু ASHA Supervisor বাইদেউসকলে গৰ্ভৱতী মাতৃসকলৰ সৈতে মত বিনিময় কৰি স্বাস্থ্য পৰীক্ষা, পৰামৰ্শ, লগত...
19/05/2026

ঘৰে ঘৰে গৈ ASHA, ANM আৰু ASHA Supervisor বাইদেউসকলে গৰ্ভৱতী মাতৃসকলৰ সৈতে মত বিনিময় কৰি স্বাস্থ্য পৰীক্ষা, পৰামৰ্শ, লগতে ১৪–১৫ বছৰীয়া ছোৱালীৰ বাবে HPV vaccination সম্পৰ্কে সচেতনতা বৃদ্ধি আৰু স্বাস্থ্য শিক্ষাৰ বাৰ্তা প্ৰদান কৰা কিছুমান মুহূৰ্ত।
সুস্থ মাতৃ, সুস্থ শিশু — আমাৰ প্ৰতিশ্ৰুতি।









Ministry of Health and Family Welfare, Government of IndiaAyushman Bharat - Health and Wellness Centres - ABHWCsPrabha MazumdarNHM, BongaigaonWorld Health Organization (WHO)

Quality healthcare, delivered with love at home.
18/05/2026

Quality healthcare, delivered with love at home.

Quality healthcare, delivered with love at home.    Ministry of Health and Family Welfare, Government of IndiaWorld Heal...
18/05/2026

Quality healthcare, delivered with love at home.





Ministry of Health and Family Welfare, Government of India
World Health Organization (WHO)
National Health Mission,AssamAyushman Arogya Mandir-AAM,AssamAyushman Bharat - Health and Wellness Centres - ABHWCsNHM, BongaigaonPrabha Mazumdar

17/05/2026

আশা ছুপাৰভাইজাৰ বাইদেউয়ে উচ্চ ৰক্তচাপৰ বিষয়ে কি কলে, আহকচোন এবাৰ শুনি লওঁ।



আজিৰ দিনটোত Lalmati SC-AAM-ত National Dengue Day পালন কৰা হয়। এই উপলক্ষে ডেংগু ৰোগৰ লক্ষণ, প্ৰতিষেধক ব্যৱস্থা আৰু সচেতন...
16/05/2026

আজিৰ দিনটোত Lalmati SC-AAM-ত National Dengue Day পালন কৰা হয়। এই উপলক্ষে ডেংগু ৰোগৰ লক্ষণ, প্ৰতিষেধক ব্যৱস্থা আৰু সচেতনতা সম্পৰ্কে জনসাধাৰণক অৱগত কৰা হয়।

সচেতনতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাই ডেংগু প্ৰতিৰোধৰ মূল চাবিকাঠি।

🦟  ডেংগুক ভয় নহয়, সচেতনতাৰে প্ৰতিহত কৰক।
15/05/2026

🦟 ডেংগুক ভয় নহয়, সচেতনতাৰে প্ৰতিহত কৰক।

ডেংগু প্ৰতিৰোধ কৰক, পৰিয়ালক সুৰক্ষিত ৰাখক 🦟ডেংগু মহৰ কামুৰণিৰ জৰিয়তে বিয়পে, কিন্তু কিছু সহজ সাৱধানতাই আমাক সুৰক্ষিত ৰ...
13/05/2026

ডেংগু প্ৰতিৰোধ কৰক, পৰিয়ালক সুৰক্ষিত ৰাখক 🦟

ডেংগু মহৰ কামুৰণিৰ জৰিয়তে বিয়পে, কিন্তু কিছু সহজ সাৱধানতাই আমাক সুৰক্ষিত ৰাখিব পাৰে।

✅ চৌপাশ পৰিষ্কাৰ ৰাখক
✅ টায়াৰ, ফুলৰ টব, কুলাৰ বা পাত্ৰত পানী জমা হ’ব নিদিব
✅ আঠুৱা ব্যৱহাৰ কৰক
✅ সম্পূৰ্ণ হাত-ভৰিৰ কাপোৰ পৰিধান কৰক
✅ পানীৰ টেংক ভালদৰে ঢাকি ৰাখক
✅ জ্বৰ, মূৰৰ বিষ, শৰীৰৰ বিষ বা ছালত দাগ দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক

আজিৰ সাৱধানতাই কাইলৈ জীৱন ৰক্ষা কৰিব পাৰে।

আজি ১২ মে’ উপলক্ষে আয়োজিত International Nurses Day অনুষ্ঠান সফলভাৱে পালন কৰা হয়।সমাজৰ স্বাস্থ্যসেৱাত নার্চসকলৰ অৱদান, ত্...
12/05/2026

আজি ১২ মে’ উপলক্ষে আয়োজিত International Nurses Day অনুষ্ঠান সফলভাৱে পালন কৰা হয়।
সমাজৰ স্বাস্থ্যসেৱাত নার্চসকলৰ অৱদান, ত্যাগ, দায়িত্ববোধ আৰু মানৱসেৱাৰ মনোভাৱক সন্মান জনাই এই বিশেষ দিনটো উদযাপন কৰা হয়। 💙

“Nurses are the heart of healthcare.” ❤️
দিন-ৰাতি অক্লান্ত পৰিশ্ৰমেৰে ৰোগীৰ সেৱাত নিয়োজিত সকলো নার্চলৈ আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 🌷

সুস্থ সমাজ গঠনত নার্চসকলৰ ভূমিকা সদায়েই অমূল্য।


Ayushman Arogya Mandir-AAM,AssamWorld Health Organization (WHO)Ministry of Health and Family Welfare, Government of IndiaAyushman Bharat - Health and Wellness Centres - ABHWCsNHM, BongaigaonPrabha MazumdarNational Health Mission,Assam

Address

Bongaigaon
783348

Telephone

+919954757032

Website

Alerts

Be the first to know and let us send you an email when Lalmati Ayushman Arogya Mandir posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share