15/08/2025
😇কিছু সপোন দিঠকত পৰিণত কৰিবলৈ শোণিতপুৰ জিলাৰ ঠেলামাৰা অঞ্চলত ছাত্ৰ-ছাত্ৰীৰ সু-নিশ্চিত ভবিষ্যতৰবাবে আমাৰ "ফ্লৰেন্স কেয়াৰ এডুকেচন ট্ৰাষ্টৰ" সহযোগত "গ্ল'বেল নাৰ্চ স্কিল একাডেমী "🧑⚕️👩⚕️ৰ প্ৰতিষ্ঠা কৰিবলৈ লোৱা হৈছে।
✅️BPL থকা ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ সাহাৰ্য্য প্ৰদান কৰা হ'ব
✅️১০০% চাকৰিৰ নিযুক্তি
সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক তলত দিয়া নম্বৰত :
৯১০১৫৪০২৮৩/৬৯০১৫৬৮৮০২