Cureo

Cureo Piles আৰু Skin সমস্যাৰ Advance Homeopathic E-Clinic ।Online Consultation ৰ বাবে Whtsapp কৰক

27/07/2026

Cureo Piles kit য়ে কেনেকৈ Patient ক সহায় কৰিছে নিজে শুনক 🙏

🌧️ বানৰ পানী শুকাই গ'লেই যে সকলো বিপদ শেষ হয়, সেয়া সঁচা নহয়।আচলতে বানৰ পিছৰ কেইদিনমানত ডায়েৰিয়া, জ্বৰ, ছালৰ সংক্ৰমণ...
23/07/2026

🌧️ বানৰ পানী শুকাই গ'লেই যে সকলো বিপদ শেষ হয়, সেয়া সঁচা নহয়।
আচলতে বানৰ পিছৰ কেইদিনমানত ডায়েৰিয়া, জ্বৰ, ছালৰ সংক্ৰমণ, মশাবাহিত ৰোগ আদি হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।
সেইবাবেই এই পোষ্টটো বনালোঁ—যাতে আমি সকলোৱে কিছুমান সাধাৰণ ভুল এৰাই চলি নিজৰ আৰু নিজৰ পৰিয়ালৰ স্বাস্থ্য সুৰক্ষিত ৰাখিব পাৰোঁ।
🙏 অনুগ্ৰহ কৰি এই পোষ্টটো এবাৰ পঢ়ক আৰু আপোনাৰ আপোনজনৰ লগতো শ্বেয়াৰ কৰক। হয়তো আপোনাৰ এটা শ্বেয়াৰে কাৰোবাক অসুখৰ পৰা সাৱধান হ'বলৈ সহায় কৰিব পাৰে।
❤️ সকলো সুৰক্ষিত থাকক, সুস্থ থাকক।
– Cureo Homoeopathic Clinic

Address

Dibrugarh
786001

Website

Alerts

Be the first to know and let us send you an email when Cureo posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Cureo:

Shortcuts

Share