02/10/2026
আপোনাৰ নিজৰ ফাৰ্মাচী আৰম্ভ কৰাৰ সপোন এতিয়া সহজ!
লাইচেঞ্চৰ পৰা আৰম্ভ কৰি ঔষধ যোগান, ফাৰ্মাচী ছেটআপ আৰু আধুনিক মেনেজমেণ্ট ছফ্টৱেৰলৈ—JS Pharma-ৰ সৈতে লাভ কৰক সম্পূৰ্ণ ফাৰ্মাচী ছলিউচন।
✅ লাইচেঞ্চৰ সহায়তা
✅ ঔষধৰ যোগান
✅ ফাৰ্মাচী ছেটআপ
✅ ফাৰ্মাচী মেনেজমেণ্ট ছফ্টৱেৰ
আপোনাৰ ফাৰ্মাচী, আমাৰ সম্পূৰ্ণ সহযোগিতা।
📞 আজি যোগাযোগ কৰক JS Pharma-ৰ সৈতে।