Atal Amrit Abhiyan Society

Atal Amrit Abhiyan Society New toll-free number 18001039975
(1)

আপুনি জানেনে? AB-PMJAY আৰু AA-MMJAY আঁচনিৰ অধীনত পৰিয়ালৰ সদস্যৰ সংখ্যাৰ কোনো সীমা নাই।​প্ৰতিটো যোগ্য পৰিয়ালে লাভ কৰিব পা...
25/08/2026

আপুনি জানেনে? AB-PMJAY আৰু AA-MMJAY আঁচনিৰ অধীনত পৰিয়ালৰ সদস্যৰ সংখ্যাৰ কোনো সীমা নাই।

​প্ৰতিটো যোগ্য পৰিয়ালে লাভ কৰিব পাৰিব বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া স্বাস্থ্য সেৱা।

National Health Authority M/o Health and Family Welfare Chief Minister Office Assam Himanta Biswa Sarma Ashok Singhal DIPR Assam

এখন কাৰ্ডে সুৰক্ষিত কৰে আপোনাৰ পৰিয়ালৰ স্বাস্থ্য। Ayushman App ডাউনলোড কৰি নাইবা beneficiary.nha.gov.in ৱেবছাইট ভিজিট ক...
24/08/2026

এখন কাৰ্ডে সুৰক্ষিত কৰে আপোনাৰ পৰিয়ালৰ স্বাস্থ্য। Ayushman App ডাউনলোড কৰি নাইবা beneficiary.nha.gov.in ৱেবছাইট ভিজিট কৰি নিজৰ যোগ্যতা পৰীক্ষা কৰক।

National Health Authority M/o Health and Family Welfare Chief Minister Office Assam Himanta Biswa Sarma Ashok Singhal DIPR Assam

24/08/2026

আয়ুষ্মান কাৰ্ড এতিয়া হৈ পৰিছে যোগ্যজনৰ সুস্বাস্থ্যৰ প্ৰথম লগৰী । শুনক ইয়াৰ দ্বাৰা উপকৃত হোৱা যোগ্যজনৰ মুখেৰে তেওঁলোকৰ অভিজ্ঞতা ।

National Health Authority M/o Health and Family Welfare Chief Minister Office Assam Himanta Biswa Sarma Ashok Singhal DIPR Assam

23/08/2026

স্বাস্থ্য সুৰক্ষাৰ যাত্ৰাত আপোনাৰ সাৰথি আয়ুষ্মান ভাৰত-জন আৰোগ্য যোজনা।

National Health Authority M/o Health and Family Welfare Chief Minister Office Assam Himanta Biswa Sarma Ashok Singhal DIPR Assam

21/08/2026

আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ চিন্তা কৰাৰ আৰু প্ৰয়োজন নাই । ৭০ বছৰ বা তাতকৈ অধিক বয়সৰ লোকৰ বাবে এতিয়া সাৰথি হিচাপে আছে আয়ুষ্মান বয় বন্দনা কার্ড। আজিয়েই আয়ুষ্মান বয় বন্দনা কার্ডৰ বিষয়ে জানক আৰু স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰক।

National Health Authority M/o Health and Family Welfare Chief Minister Office Assam Himanta Biswa Sarma Ashok Singhal DIPR Assam

21/08/2026

आपातकाल का इंतज़ार न करें, स्वास्थ्य सुरक्षा के लिए आज ही तैयार रहें! 🏥

के तहत पात्र परिवारों को प्रति परिवार प्रति वर्ष ₹5 लाख तक का कैशलेस इलाज मिलता है - ताकि आर्थिक चिंता नहीं, आपका ध्यान सिर्फ बेहतर स्वास्थ्य पर रहे।

आज ही पात्रता जाँच अपना आयुष्मान कार्ड बनवाएं।

20/08/2026

20/08/2026

পৰিস্থিতি নহয় আপোনাৰ স্বাস্থ্য সুৰক্ষা আমাৰ প্ৰথম দায়িত্ব। আয়ুষ্মান কাৰ্ডৰ দ্বাৰা উপকৃত হোৱা শিৱসাগৰৰ বানে জুৰুলা কৰা ৰিম্পী দাসৰ মুখেৰে শুনক তেওঁৰ অভিজ্ঞতা।

National Health Authority M/o Health and Family Welfare Chief Minister Office Assam Himanta Biswa Sarma Ashok Singhal DIPR Assam

20/08/2026

Atal Amrit Abhiyan Society, Assam – Recruitment Notice
Position: Finance Manager (1 post, contractual basis)
Organization: Atal Amrit Abhiyan Society, Assam (Medical Education & Research Department, Govt. of Assam)
Interview Date & Time: August 24, 2026 at 9:30 AM
Venue: Atal Amrit Abhiyan Society, 3rd Floor, Above Nayantara Supermarket, Six Mile, Guwahati-781022
Website: www.atalamritabhiyan.assam.gov.in

National Health Authority Ministry of Health and Family Welfare, Government of India CMO Assam Himanta Biswa Sarma Ashok Singhal Directorate of Information and Public Relations, Assam

আয়ুষ্মান বয় বন্দনা কাৰ্ডৰ বিষয়ে আপুনি জানেনে?আপোনাৰ মত জনাওক।         National Health Authority M/o Health and Family...
19/08/2026

আয়ুষ্মান বয় বন্দনা কাৰ্ডৰ বিষয়ে আপুনি জানেনে?

আপোনাৰ মত জনাওক।

National Health Authority M/o Health and Family Welfare Chief Minister Office Assam Himanta Biswa Sarma Ashok Singhal DIPR Assam

Address

Nayantara Supermarket Sixmile
Guwahati
781022

Alerts

Be the first to know and let us send you an email when Atal Amrit Abhiyan Society posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share