29/08/2026
শব্দৰে প্ৰকাশ কৰিব নোৱাৰা এক গভীৰ বেদনা...
আজি বুকুখন বিষাই উঠিছে । নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস ! নাই আমিনুল আৰু আমাৰ মাজত নাই ।
যি বয়সত জীৱনটো সজাবলৈ, সপোনবোৰ বাস্তৱ কৰিবলৈ বুকুত অগণন আশা লৈ GMCH-ৰ মজিয়াত ভৰি দিছিল, সেই বয়সতেই তেওঁ সকলোকে কন্দুৱাই এনেদৰে চিৰবিদায় ল’লে !
তুমি যতেই আছা সূখত থাকিবা । নেদেখাজনে তোমাৰ আত্মাক চিৰশান্তি
প্ৰদান কৰক 🤲🏻🙏🏻 ।
এই গ্ৰুপটোত থকা সকলোলৈ এটায়ৰ মাথোঁ অনুৰোধ সকলোৱে যাতে গাড়ী মটৰ চলাওতে সাৱধান হয়, আমি আমিনুলৰ দৰে আন কোনোবা এজনক হেৰুওবা নোখোজোঁ… ।
A pain so deep that words fail to capture it...
Today, our hearts ache with profound grief. What a cruel twist of fate! Aminul is no longer among us.
At an age meant for building a future and chasing dreams—when he stepped onto the grounds of GMCH with countless hopes in his heart—destiny took him away, leaving us all in tears.
Wherever you are, brother, may you be in eternal peace. May the Almighty grant your soul the highest place in heaven. 🤲🕊️
A heartfelt plea to everyone reading this: please ride and drive safely on the road. We simply cannot bear to lose another precious life like Aminul’s...
Rest in peace, dear brother. You will always be in our prayers and memories.