Syngex Pharma

Syngex Pharma Syngex
Cure with Care

17/08/2026

SYNGEX – Serving Humanity Beyond Healthcare

Heartiest congratulations and appreciation to the entire SYNGEX team for successfully conducting the Health Camp at Charaideo (Nazira) for people who have been among the most severely affected.

Our sincere gratitude to Dr. Bikash Rai Das and HYGIA Hospital, NHA, and BHU Alumni, Guwahati for joining hands with us in this noble initiative.

This camp is a proud reflection of SYNGEX’s commitment—not only to healthcare, but also to serving society and standing with people in their time of need.

👏 A special appreciation to every team member who contributed their time, energy and dedication to make this camp successful.

Together, let us continue our journey of “Healthcare with Humanity.”

Proud of Team SYNGEX! 💙🙏

09/07/2026

কিয় মৰাত্মক হৈ পৰে JAUNDICE??

কি কি কাৰণত আপোনাৰ শৰীৰত JAUNDICE হব পাৰে জানেনে?

কাৰ বেছি সম্ভাৱনা থাকিব পাৰে জণ্ডিচ হোৱাৰ?
প্ৰতিকাৰ নহয় প্ৰতিৰোধ কেনেকৈ কৰিব?

সবিশেষ লৈ আহি আছে
SYNGEX PHARMA TALKS
on TALK WITH PREETY

এইবাৰৰ অতিথি
Dr. Partha Pratim Kalita
MBBS, MD (Internal Medicine)

on Talk With Preety

02/07/2026

হাড়ৰ TUMOR ৰ কথা আপুনি জানেনে?
মৌন হৈ শৰীৰ ভিতৰত লাহে লাহে বাঢ়ি আহিব পাৰে!

কেনেকৈ গম পাব?
কি কৰিব?

KNEE REPLACEMENT কেতিয়া কৰিব লাগে?
কিয় , কত , কেনেকৈ কৰিব পাৰে?

Bone density ৰ বিশেষত্ব কি?
কিমান বয়সৰ পিছত লাহে লাহে কমি আহে ?কিয় কমি আহে?

Orthopaedics ৰ সৈতে জৰিত প্ৰতিটো কথা জানক আমাৰ এইবাৰৰ
SYNGEX PHARMA TALKS
on TALK WITH PREETY ত

অতিথি অভিজ্ঞ, বিশেষজ্ঞ চিকিসক
Dr. Firoz Ahmed

Happy Doctors Day
01/07/2026

Happy Doctors Day

12/06/2026

জানেনে, ফেটি LIVER ৰ দৰে ৰোগত ভোগাৰ আশংকা কেনে ব্যক্তিৰ বেছি?

আপোনাৰ প্ৰিয় পানীয় কি?

জানেনে আপুনি শৰীৰৰ বাবে কিমান ভয়ংকৰ বিহ খাইছে ?

মুখ্যমন্ত্ৰীৰ DIET COKE কিমান ভয়াৱহ?
সকলো সামৰি আমাৰ
SYNGEX PHARMA TALKS
on
TALK WITH PREETY: 04

এইবাৰ আমাৰ সৈতে
Dr. Anirban Ganguly

সম্পূৰ্ণ Podcast
Youtube: TALK WITH PREETY ত

27/05/2026

ৰোগৰ প্ৰতিকাৰ নহয় প্ৰতিৰোধ প্ৰয়োজনীয়। হয়নে?

আপুনি জানেনে লিভাৰত চৰ্বি বা fat জমা হৈ কি কি ৰোগৰ কাৰক হৈ পৰে?

কেৱল মদ বা সুৰাই বিহ নে ফাষ্ট ফুড সমানে হানিকাৰক?

সকলো সামৰি আহি আছে আমাৰ আন এটি
SYNGEX PHARMA TALK
only on TALK WITH PREETY

এইবাৰ আমাৰ অতিথি

DR. Rajeev kumar borah ,
Consultant Gastroenterologist

Youtube: TALK WITH PREETY ত

26/05/2026

আপুনি বাৰু Diabetes ক সাধাৰণভাৱে কৈছে নেকি?

মিঠা নোখোৱা মানুহৰ মধুমেহ হোৱাৰ সম্ভাৱণা আছেনে?

কিমান ভয়ানক হব পাৰে এই Diabetes?

মধুমেহ/ diabetes ৰ বিষয়ে আজিয়ে সকলো জানক আৰু স্বাস্থ্য ভাল ৰাখক

Syngex Pharma Talks
on
Talk with Preety

With Dr. Partho Roy
FULL VIDEO OUT now
Only on
YouTube: TALK WITH PREETY

16/05/2026

প্ৰতিকাৰ নহয় ৰোগৰ সদায় প্ৰতিৰোধ🤗
হয়নে??

মধুমেহ/ Diabetes ৰ বিষয়ে আজিয়ে সকলো জানক আৰু স্বাস্থ্য ভাল ৰাখক

Syngex Pharma Talks
on
Talk with Preety

With Dr. Partho Roy
FULL VIDEO OUT now
Only on
YouTube: TALK WITH PREETY

Link : https://youtu.be/hEnhoCT1FX4?si=M9-MPBRDnasGZvdF

16/05/2026

জানেনে??

Diabetics বা মধুমেহৰ বিষয়ে আপুনি কিমান জানে?

চেনি বা মিঠা এৰাই চলিলেও যে আপোনাৰ Diabetics হ’ব পাৰে জানেনে?

Diabetics কিমান বেছি হ’লে কিডনীত প্ৰভাৱ পেলাব পাৰে?

প্ৰতিকাৰ কি? প্ৰতিৰোধ কেনেকৈ কৰিব আপুনি?

Syngex Pahrma Talks
on
Talk with Preety

With Dr. Partho Roy
FULL VIDEO “Coming Soon”
Only on
YouTube: TALK WITH PREETY

Address

Guwahati
781033

Opening Hours

Monday 10am - 5pm
Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm
Saturday 10am - 5pm

Telephone

+919864022983

Alerts

Be the first to know and let us send you an email when Syngex Pharma posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Syngex Pharma:

Shortcuts

Share