Achinta Pran Sarmah

Achinta Pran Sarmah Business / Agriculture / Social Service Chairman, SKETCH Salon & Wellness
ViNTAGE Institute of Beauty Technology

This win means a lot .
23/11/2024

This win means a lot .

The clothes don't make the man, the man makes the clothes..   &
02/07/2024

The clothes don't make the man, the man makes the clothes..
&

দলৰ পুৰনি সৰ্তীৰ্থ ৷ জিতুললৈ শুভেচ্ছা থাকিল ৷।  সফলতা কামনা কৰিলো ।।Jitul Bora
01/07/2024

দলৰ পুৰনি সৰ্তীৰ্থ ৷
জিতুললৈ শুভেচ্ছা থাকিল ৷। সফলতা কামনা কৰিলো ।।
Jitul Bora

দেওবাৰ বুলি ৰাতিপূৱাৰ আহাৰ ৷Achinta Pran Sarmah
30/06/2024

দেওবাৰ বুলি ৰাতিপূৱাৰ আহাৰ ৷
Achinta Pran Sarmah

দলত কেৱল কেইজনমান হে মানুহ থকাৰ সময়ৰ পৰা গোলাঘাট জিলা BJP ক সন্মূখৰ পৰা নেতৃত্ব দিয়া প্ৰদুৎ খাউণ্ড য়েই আছিল প্ৰথম জন জিল...
07/06/2024

দলত কেৱল কেইজনমান হে মানুহ থকাৰ সময়ৰ পৰা গোলাঘাট জিলা BJP ক সন্মূখৰ পৰা নেতৃত্ব দিয়া প্ৰদুৎ খাউণ্ড য়েই আছিল প্ৰথম জন জিলাৰ নেতা যিজন মানুহে মোক জিলা যুৱমৰ্চাৰ সাধাৰণ সম্পাদকৰ দৰে দায়িত্বৰ দৰে দায়িত্ব দি মোৰ ওপৰত বিশ্বাস ৰক্ষা মোৰ বন্ধুৰ দৰে প্ৰদুৎলৈ জন্মদিনৰ শুভেচ্ছা জনালো ৷ লগতে মোক প্ৰথম বাৰৰ বাবে দলীয় দায়িত্ব দিয়াৰ বাবে আকৌ এবাৰ ধন্যবাদ কৰাৰ লগতে সুস্থ সবল আৰু ৰাজনৈতিক ক্ষেত্ৰত আগবাড়ি যোৱাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো ৷

বোধ হয় ১৯৯৭ চনৰ কথা মই তেতিয়া ১৫ বছৰীয়া লৰা ৷ তেতিয়ালৈকে হিন্দী চিনেমাৰ নামত TV টো এখনো চিনেমা চোৱা নাছিলো ৷ TV ৰ চিনেমা...
26/05/2024

বোধ হয় ১৯৯৭ চনৰ কথা মই তেতিয়া ১৫ বছৰীয়া লৰা ৷ তেতিয়ালৈকে হিন্দী চিনেমাৰ নামত TV টো এখনো চিনেমা চোৱা নাছিলো ৷ TV ৰ চিনেমাৰ নামত এখন দুখন অসমীয়া চিনেমা TV ত চোৱাৰ উপৰিও , বাছ ভাৰা কৰি গাওঁৰ বহু মানুহ চহৰত চিনেমা চাবলৈ পেহীহঁত যাওতে দুখন চিনেমা চোৱাৰ সৌভাগ্য হৈছিল( তাৰে এখন বোধ হয় ককা দেউতা হাতী নাতি) ৷ সেইদিনা হঠাৎ জেথাইৰ ল’ৰা ললিত দাদা(সি ঢুকাল তাকলৈ বৰকৈ মাজে মাজে মনত পৰে) আমাৰ ঘৰলৈ আহিছিল ফুৰিবলৈ ৷ মোৰ বছেৰেকীয়া পৰীক্ষাও শেষ হৈছিল ৷ ভাগ্য ভাল আছিল ছিনেমা চাবলৈ লগ ললে অনুমতিও পালো দেৰগাওঁত ৷ জীৱনৰ প্ৰথমখন হিন্দী চিনেমা , অৱশ্যে এতিয়া চিনেমা চোৱাটো মোৰ চখ ৷ টিকেট কাতিবলৈ লওতেই সংঘাতিক অৱস্থা হেতা ওপৰা ৷ দাদাৰ লগত দালাল এটাৰ কাজিয়া লাগিল দাদাই এচাট তাক মাৰিলে ৷ মোৰ বাবে গোটেই পৰিস্থিতি আছিল আচহুৱা ৷ ভিতৰত সোমাই আধা বুজিলো আধা নুবুজিলো হিন্দী বহুত ভালকৈ তেতিয়া বুজি নাপালো ৷ দাদাই বাহিৰত উলিৱাই আনি পৰথা এটা খূৱালে বৰ তৃপ্তিৰে খালো ৷ গোতেই খিনি মোৰ সম্পূৰ্ণ মনত আছে ৷ চিনেমা হলৰ ভিতৰৰ খিনি আছিল অতি আচহুৱা ৷ আজি পৰিয়ালৰ লগত চিনেমা চাবলৈ আহি চাহ একাপ(370 টকা)লগৰ বোৰো নকওঁয়েই ৷ আগতেও ভাৰতৰ বহু চিনেমা হলত আজি 2003 চনৰ পৰাই বহু অভিজ্ঞতা আছে যদিও আজিৰ চিনেমা হল আৰু সেই সময়ত টিকেত কতাৰ অভিজ্ঞতা, জেনেৰেটৰ গলে মৰা চিঞৰ কেইতা , হলৰ শব্দ কৰা ফেন কেইখনৰ ছবিটো লগতে ব্লেকত টিকেত পোৱা ছবিখন মনলৈ আহিল ৷ লৰাদুইটাক বুজাবলৈ বহু কব লগা হল ৷ ৷

খেতি কৰিবলৈ আৰম্ভণি কৰিছিলো ২০১৯ চনৰ মে মাহৰ শেষৰ ফালে ৷ সফল সম্পূৰ্ণ হোৱা নাই যদিও আশাৰ কিৰণ ৷
24/05/2024

খেতি কৰিবলৈ আৰম্ভণি কৰিছিলো ২০১৯ চনৰ মে মাহৰ শেষৰ ফালে ৷ সফল সম্পূৰ্ণ হোৱা নাই যদিও আশাৰ কিৰণ ৷

 china Border
06/05/2024

china Border

Address

Guwahati

Telephone

+18638585701

Website

Alerts

Be the first to know and let us send you an email when Achinta Pran Sarmah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Achinta Pran Sarmah:

Share