Tulumoni Mind & Wellness

Tulumoni Mind & Wellness Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Tulumoni Mind & Wellness, Health & Wellness Website, Guwahati.
(2)

Mindset & Wellness Coach ✨
🧠 NLP • Emotional Healing
💆 Face Yoga + Body Yoga
💖 Stress Relief • Confidence • Natural Glow
🎓 AYUSH Certified Yoga Teacher & Evaluator

07/06/2026

মাতৃৰ মুখত সুখৰ হাঁহি! স্বাত্ত্বিক ভাৰ্গৱৰ এডভান্সড NLP-এ কেনেকৈ সলনি কৰিলে ছাত্ৰৰ ভবিষ্যৎ? শুনক মাকৰ মুখেৰেই! 🥹❤️

#স্বাত্ত্বিকভাৰ্গৱ #গণিতৰভয় #অসমীয়া

আমাৰ Reels সমূহ নিয়মিতভাৱে চাই আৰু নিষ্ঠাৰে অভ্যাস কৰি মাত্ৰ ৭–৮ দিনৰ ভিতৰতে ইতিবাচক ফলাফল লাভ কৰিছে বুলি তেখেতে আমাক জ...
06/06/2026

আমাৰ Reels সমূহ নিয়মিতভাৱে চাই আৰু নিষ্ঠাৰে অভ্যাস কৰি মাত্ৰ ৭–৮ দিনৰ ভিতৰতে ইতিবাচক ফলাফল লাভ কৰিছে বুলি তেখেতে আমাক জনাইছে। এই খবৰটো পাই আমি অত্যন্ত আনন্দিত আৰু উৎসাহিত হৈছোঁ। 😊
একাগ্ৰতা আৰু আন্তৰিকতাৰে কৰা প্ৰতিটো প্ৰচেষ্টাই এদিন নহয় এদিন নিশ্চয় সুন্দৰ ফলাফল আনে। তেখেতৰ এই অভিজ্ঞতাই আমাক অধিক উৎসাহ আৰু প্ৰেৰণা যোগাইছে।
thank you so much Sobdasri

06/06/2026

লগৰবোৰৰ এটা ইতিকিঙে শেষ কৰি দিছিল ২৪ বছৰীয়া ল’ৰাটোৰ জীৱন... 💔 ইতিকিং আৰু মানসিক যন্ত্ৰণাৰ পৰা উদ্ধাৰৰ এক বৈজ্ঞানিক যাত্ৰা! 🔥

যদি আপুনিও একেই মানসিক চাপ বা ইম’চনেল ট্ৰমাত ভুগিছে, তেন্তে মনত ৰাখিব—আপুনি অকলশৰীয়া নহয়। জীৱন সলনি কৰাৰ এতিয়াই সময়! 🧠✨

05/06/2026

😬শ্ৰেষ্ঠৰ আব্দাৰ- মা মোৰ Doremon ৰ Dore Cakes video তোমাৰ Page ত দিয়া ❤️💫🌼

04/06/2026

😒শ্ৰেষ্ঠৰ Depression ৰ কালছোৱাত সি মনত কি ভাবি আছিল, আজিহে জানিবলৈ পালোঁ






03/06/2026

❤️ জাপানত পঢ়ি থকা আমাৰ পুত্ৰ শ্ৰেষ্ঠৰ দিনটো কেনেকৈ যায়?

03/06/2026

🔥৩০ ছেকেণ্ডত Hanging Belly কমাওঁক

02/06/2026

❤️Do this for 3 minutes to reverse aging! 🕒✨ Tulumoni Borgohain

01/06/2026

🚀 How Prajukta Improved Her Focus and Performance in Studies



Tulumoni Borgohain

31/05/2026

🌟 এগৰাকী সফল মাতৃৰ ৫ টা সোণালী নিয়ম! 🌟

Address

Guwahati
781024

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+918822123202

Alerts

Be the first to know and let us send you an email when Tulumoni Mind & Wellness posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Tulumoni Mind & Wellness:

Share