Sark Medical Store

Sark Medical Store Upto 10%* Discount and free home delivery *

18/04/2026
https://www.facebook.com/share/p/18Jf8f8Zsb/
31/03/2026

https://www.facebook.com/share/p/18Jf8f8Zsb/

NSQ Alert: ABROCLAV 625
The mentioned drug has been found to be Not of Standard Quality (NSQ).
All retailers and distributors in possession of this batch are requested to immediately recall the medicine and cease its sale.
Sample taken by: Mrs. Bornali Hazarika, Inspector of Drugs, Dhemaji
Sample tested at: SDTL, Jalukbari, Guwahati, Assam

OPD schedule For Guwahati Medical College,Availability of Doctors Department wise for Week days
22/01/2026

OPD schedule For Guwahati Medical College,
Availability of Doctors Department wise for Week days

19/01/2026

#ৰাতি_প্ৰেস্বাৱ_লাগিলে_মানুহৰ_মৃত্যু হয় কিয়?

ৰাতি প্ৰেস্বাৱ কৰিবলৈ গৈ মৃত্যু হোৱা ব্যক্তিগৰাকীৰ ওপৰত সৰব আলোচনা হয়।ৰাতি ভূতে পালে,ভাল জীৱ কাৰণে বিনাকষ্টে মৰিল,ভিতৰুৱা গম্ভীৰ ৰোগাক্ৰান্ত আছিল,ঘোচখোৰ সকল এনেকৈ মৰে,হাইপ্ৰেচাৰ আছিল,মানসিক অশান্তিৰ বাবে ষ্ট্ৰোক হ'ল,ঘৈণীয়েক বা পুতেক-বোৱাৰীয়েকৰ অত্যাচাৰৰ কাৰণে মৰিল ইত্যাদি অনেক মন্তব্য।

প্ৰকৃততে সুস্থ ব্যক্তিজনৰ হ'ল কি?ৰাতি প্ৰেস্বাৱ জোৰেৰে লগাত নিদ্ৰাৰত ব্যক্তিজন হঠাতে উঠি প্ৰেস্বাৱ কৰিবলৈ যোৱাৰ সময়ত পজিচন পৰিৱৰ্তন হয়।বিচনাত সমান্তৰালভাৱে শুই থকা ব্যক্তিজন হঠাতে থিয় হোৱাৰ পৰিপ্ৰেক্ষিতত মস্তিষ্কলৈ ৰক্ত সঞ্চালন কমি যায় আৰু অক্সিজেনৰ অভাৱৰ‌ কাৰণে হঠাতে ব্যক্তিজনৰ মৃত্যু হয়।বিচনাৰ পৰা উঠি ইউৰিনেলত প্ৰেস্বাৱ কৰিব ধৰাৰ সময়ত এই অঘটন হয় বাবে ঘৰৰ কোনেও গম নাপায়।পিছত ইউৰিনেলত পৰি থকা মৃতদেহ দেখি হুৱাদুৱা লাগে।

অঘটন নহ'বলৈ কি কি কৰিব?

👉হঠাতে সাৰ পালে ৩০ ছেকেণ্ডমান শুই ল'ব।তাৰ পিছত ৩০ ছেকেণ্ডমান বিচনাত বহি দিব। তৃতীয় পৰ্যায়ত ভৰি দুটা বিচনাৰ পৰা নমাই মজিয়াৰ ওপৰত ৩০ ছেকেণ্ডমান ৰাখিব।
এইদৰে লাহে লাহে উঠিলে মস্তিষ্কলৈ ৰক্ত সঞ্চালন স্বাভাৱিকভাবে হৈ থকা কাৰণে অক্সিজেনৰ অভাৱ নহয় আৰু মৃত্যু হোৱাৰ সম্ভাৱনা নাথাকে।

(প'ষ্টটো Dr.Manuj kr Saikiaৰ ওৱালৰ , গ্ৰন্থ সুবাস )

15/10/2025

We lost king of Assam, we are seeking for justice, he has been killed by politics, please write to support each an every Assamese people

21/09/2025

জুবিন দাৰ কাৰণে এখন air ambulance যোগাৰ নহল, লাইন বাছত লৈ আহিল, কবলৈ ভাষা নাই

20/09/2025

মোৰ বন্ধু Mojammil Haque Jinnah ৰ ভালপোৱা গান, পাখি
পাখি এই মন, পাখি লগা মোৰ মন, পাখি মেলি যা উৰি, উৰি গল আমাৰ মৰমৰ জুবিন দা, যতেই নথকা কিয় আমি সদায় আমাৰ অন্তৰত ৰাখি থম।
😢😢😢

Address

Guwahati
781025

Opening Hours

Monday 9am - 10pm
Tuesday 9am - 10pm
Wednesday 9am - 10pm
Thursday 9am - 10pm
Friday 9am - 10pm
Saturday 9am - 10pm
Sunday 9am - 10pm

Telephone

+919706633098

Website

Alerts

Be the first to know and let us send you an email when Sark Medical Store posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share