Assam Cancer Care Foundation

Assam Cancer Care Foundation Quality Cancer Care facility for cashless treatment under government schemes

কৰ্কট চিকিৎসাৰ লগত পৰীক্ষাগাৰৰ ওতঃপ্ৰোত সম্পর্ক আছে। এই সন্দৰ্ভত তেজপুৰ কৰ্কট কেন্দ্রৰ লেবৰেটৰী টেকনলজিষ্ট চেতনজিৎ শইকীয...
23/05/2026

কৰ্কট চিকিৎসাৰ লগত পৰীক্ষাগাৰৰ ওতঃপ্ৰোত সম্পর্ক আছে। এই সন্দৰ্ভত তেজপুৰ কৰ্কট কেন্দ্রৰ লেবৰেটৰী টেকনলজিষ্ট চেতনজিৎ শইকীয়াই অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ "প্ৰত্যাশা" শীৰ্ষক আলোচনীত এটি অতি মনোগ্রাহী লেখা আগবঢ়াইছে।

উক্ত লিখাটি তথা "প্ৰত্যাশা"ৰ অন্যান্য লেখাসমূহ পঢ়িবলৈ ক্লিক কৰক https://heyzine.com/flip-book/62941f141a.html

কেন্সাৰৰ ক্ষেত্ৰত আগতীয়া চিকিৎসা কিয় প্ৰয়োজন সেই বিষয়ে ৰেকিব আলিয়ে "প্ৰত্যাশা"ত এটি সত্য ঘটনাৰ কথা বৰ্ণনা কৰিছে।সম্...
21/05/2026

কেন্সাৰৰ ক্ষেত্ৰত আগতীয়া চিকিৎসা কিয় প্ৰয়োজন সেই বিষয়ে ৰেকিব আলিয়ে "প্ৰত্যাশা"ত এটি সত্য ঘটনাৰ কথা বৰ্ণনা কৰিছে।

সম্পূর্ণ লেখাটি পঢ়িবলৈ ক্লিক কৰক
https://heyzine.com/flip-book/130cc875ed.html

কৰ্কট ৰোগৰ পৰা আৰোগ্য লাভ কৰাত আগতীয়া চিকিৎসাই কিদৰে সহায় কৰে, সেই সন্দৰ্ভত আমাৰ ""প্ৰত্যাশা"" আলোচনীত দৰং কেঞ্চাৰ কেন...
19/05/2026

কৰ্কট ৰোগৰ পৰা আৰোগ্য লাভ কৰাত আগতীয়া চিকিৎসাই কিদৰে সহায় কৰে, সেই সন্দৰ্ভত আমাৰ ""প্ৰত্যাশা"" আলোচনীত দৰং কেঞ্চাৰ কেন্দ্ৰৰ অধীক্ষক কৰ্নেল (ডাঃ) চৈয়দ ইফটিখাৰ চোভানীয়ে কেইবাটাও পৰামৰ্শ আগবঢ়াইছে। উল্লেখিত বাক্যশাৰী উক্ত লেখাৰ কিয়দাংশ।

সম্পূৰ্ণ লেখাটি পঢ়িবলৈ ক্লিক কৰক:
https://heyzine.com/flip-book/130cc875ed.html

আপোনাৰ অকণমান সচেতনতাই কৰ্কট ৰোগৰ পৰা আপোনাৰ জীৱন ৰক্ষা কৰিব পাৰে। এই সন্দৰ্ভত তথা কৰ্কট সম্পৰ্কীয় অন্য কিছু লেখা পঢ়িব...
16/05/2026

আপোনাৰ অকণমান সচেতনতাই কৰ্কট ৰোগৰ পৰা আপোনাৰ জীৱন ৰক্ষা কৰিব পাৰে। এই সন্দৰ্ভত তথা কৰ্কট সম্পৰ্কীয় অন্য কিছু লেখা পঢ়িবলৈ আমাৰ আলোচনী "প্ৰত্যাশা"ৰ লিংকটো তলত আগবঢ়ালোঁ -https://heyzine.com/flip-book/130cc875ed.html

গুৱাহাটীস্থিত অসম ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ জ্যেষ্ঠ ক্লিনিকেল ডায়েটিচিয়ান নমী মোহনে প্ৰতিষ্ঠাটিৰ আলোচনী "প্ৰত্যাশা"ত এ...
14/05/2026

গুৱাহাটীস্থিত অসম ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ জ্যেষ্ঠ ক্লিনিকেল ডায়েটিচিয়ান নমী মোহনে প্ৰতিষ্ঠাটিৰ আলোচনী "প্ৰত্যাশা"ত এটি লেখাৰ জৰিয়তে কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে। উল্লেখিত বাক্যশাৰী উক্ত লেখাৰ কিয়দাংশ।

সম্পূর্ণ লেখাটি তথা আমাৰ বহুভাষিক আলোচনী "প্ৰত্যাশা" পঢ়িবলৈ তলত দিয়া লিংকটো ক্লিক কৰক👇
https://heyzine.com/flip-book/130cc875ed.html

At every step of a patient’s cancer care journey, nurses remain a constant source of care, strength, and reassurance.Thi...
12/05/2026

At every step of a patient’s cancer care journey, nurses remain a constant source of care, strength, and reassurance.

This , we bow in gratitude to the entire nursing fraternity for their invaluable role in strengthening cancer care across Assam.

On this special day dedicated to our mothers, we express our deepest gratitude for all that you do. And a special shouto...
10/05/2026

On this special day dedicated to our mothers, we express our deepest gratitude for all that you do.

And a special shoutout to the mothers who display extraordinary strength amidst their own battles fighting cancer. We stand by you every step of the way.

Address

3rd Floor, V. K. Trade Centre, G. S. Road, Opposite Downtown Hospital
Guwahati
781022

Opening Hours

Monday 9:30am - 5:30pm
Tuesday 9:30am - 5:30pm
Wednesday 9:30am - 5:30pm
Thursday 9:30am - 5:30pm
Friday 9:30am - 5:30pm

Telephone

+919085202020

Alerts

Be the first to know and let us send you an email when Assam Cancer Care Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Cancer Care Foundation:

Share