19/08/2026
The Assam State Chapter of the Indian Association of Palliative Care (IAPC) has organised a General Meeting for members on 18th August 2026 in Guwahati, presided over by Dr. Dinesh Ch. Goswami, Chairman of the Assam State Chapter of IAPC.
The session featured a deeply informative talk on "Nutrition in Cancer" by Dr Kabindra Bhagabati, Secretary of the Assam State Chapter, highlighting critical dietary perspectives in patient care.
Additionally, Mr Uttam Changmai presented an overview of the chapter's past activities, showcasing the team's ongoing dedication to the community. The meeting concluded with a dynamic discussion among members to outline strategic activities and programs planned for the upcoming financial year.
Thank you to everyone who attended and shared their insights to help shape our future initiatives!
যোৱা ১৮ আগষ্ট, ২০২৬ত গুৱাহাটীত Assam State Chapter of IAPC-য়ে Chairman ড৹ দীনেশ চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত এখন সাধাৰণ সভা আয়োজন কৰে ।
এই সভাত Assam State Chapterৰ Secretary ড৹ কবীন্দ্ৰ ভাগৱতীয়ে "কেন্সাৰত পুষ্টি" (Nutrition in Cancer) বিষয়ত এক অতি তথ্যসমৃদ্ধ আলোচনা আগবঢ়ায়, য'ত ৰোগী পৰিচৰ্যাত খাদ্যাভ্যাসৰ গুৰুত্বপূর্ণ দিশসমূহ তুলি ধৰা হয়।
ইয়াৰ উপৰিও, শ্ৰী উত্তম চাংমাই য়ে Assam Chapterৰ পূৰ্বৰ কাৰ্যকলাপসমূহৰ সাৰাংশ উপস্থাপন কৰি সংস্হাটোৰ সমাজৰ প্ৰতি অবিৰত নিষ্ঠাৰ চিত্ৰ তুলি ধৰে। সভাখন সদস্যসকলৰ মাজত এক প্ৰাণৱন্ত আলোচনাৰে সামৰণি পৰে, য'ত আগন্তুক বিত্তীয় বৰ্ষৰ বাবে পৰিকল্পিত কৌশলগত কাৰ্যকলাপ আৰু কাৰ্যসূচীসমূহ নিৰ্ধাৰণ কৰা হয়।
এই ছেগতে Assam State Chapter of IAPCৰ ভৱিষ্যতৰ পৰিকল্পনাসমূহ গঠন কৰাত সহায় কৰি উপস্থিত থাকি নিজৰ মতামত আগবঢ়োৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ I