Emergehealth

Emergehealth Emergehealth.in- সকলোৰে বাবে স্বাস্থ্য সেৱা Register for free
(1)

29/08/2026

YES! একদম সঁচা। খাতিৰ নকৰাকৈ কম খৰছত ঘৰতেই পাব ব্লাড টেষ্ট! | Free Home Collection

আমাৰ যোগাযোগৰ নাম্বাৰ 7099033238

দুদিনৰ আগত ৰাতি 11:30 মান বজাত হঠাৎ ফোনটো বাজি উঠিছিল।সিমূৰত কুলদীপ। ছাৰ, সঞ্চিতাৰ ভীষণ পেটৰ বিষ। কি কৰোঁ?মই অলপ আচৰিত হ...
28/08/2026

দুদিনৰ আগত ৰাতি 11:30 মান বজাত হঠাৎ ফোনটো বাজি উঠিছিল।
সিমূৰত কুলদীপ। ছাৰ, সঞ্চিতাৰ ভীষণ পেটৰ বিষ। কি কৰোঁ?

মই অলপ আচৰিত হলোঁ। কাৰণ সেইদিনাই দিনত মই সঞ্চিতাক আল্ট্ৰাছাউণ্ড কৰি ছাইছিলোঁ। সকলো থিকেই আছিল। কুলদীপ আৰু সঞ্চিতা দুয়ো মিলি baby delivery ৰ বাবে এটা ভাল দিন-বাৰ চোৱাৰ কথাও কৈছিল।
অৱশ্যে মই এইটো নিশ্চিত আছিলোঁ যে অন্ততঃ বেবি থিকেই আছে।

তথাপিও খৰধৰ লগালোঁ।
সকলো সংশ্লীষ্ট বিশেষজ্ঞ, হস্পিতাল ইত্যাদি যোগাযোগ কৰা হল। অলপ সময়ৰ ভিতৰতেই হস্পিতালৰ কেবিন যোগাৰ কৰি কুলদীপ আৰু সঞ্চিতা হতক যাবলৈ কলোঁ। প্ৰতিমুহূৰ্ততে emergehealth.in ৰ তৰফৰ পৰা খবৰ ৰখা হল।

পিছদিনা ৰাতিপুৱাই কুলদীপ আৰু সঞ্চিতাৰ জীৱনলৈ এটা দেৱশিশুৰ আগমন ঘটিল। আজি হস্পিতালৰ পৰা ছুটী লোৱাৰ আগতে এবাৰ খবৰ লৈ আহিলোঁ। সকলো ভালেই আছে।
মনটো ভাল লাগিল। Emergehealth.in ৰ তত্বাবধানত অতি কম খৰছত আৰু এটা শিশুৰ আগমন ঘটিল!

Emergehealth.in delivery পেকেজ:

প্ৰকৃত দাম: 75,000/- টকা
অনলাইন দাম: 45,000/- টকা

বুক কৰিবৰ কাৰণে কল কৰক 070990 33238

বিনামূলীয়া ৰেজিষ্ট্ৰেশ্যন লিংক কমেন্টত দিছোঁ। আজিয়েই কৰি থওক। সকলোৰে কামত আহিব।

পোষ্টটো শ্বেয়াৰ কৰি দিয়ক। সকলোৱে কম খৰছত Delivery পেকেজ পাওক। সকলোৰে খৰছ কমক।

26/08/2026

কিয় কলোঁ?? অসমীয়া খাদ্য অভ্যাস বিশ্বৰ ভিতৰতেই উৎকৃষ্ট! | Best Food Habits

22/08/2026

কেতিয়াও আৰু মেডিকেল ৰিপৰ্ট নেহেৰায়! | EmergeHealth Reports Safe & Secure

ত্ৰিদিবৰ বয়স মাত্ৰ 25 বছৰ। সিদিনা ৰাতিপুৱাই আহি emergehealth.in ওলাইছিলহি স্বাস্থ্য পৰীক্ষা কৰিবৰ বাবে।ত্ৰিদিব গুৱাহাটীৰ...
20/08/2026

ত্ৰিদিবৰ বয়স মাত্ৰ 25 বছৰ।

সিদিনা ৰাতিপুৱাই আহি emergehealth.in ওলাইছিলহি স্বাস্থ্য পৰীক্ষা কৰিবৰ বাবে।
ত্ৰিদিব গুৱাহাটীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত। আচল ঘৰ উজনি অসমৰ ডিব্ৰুগড় জিলাৰ টিংখংৰ ওচৰৰ ধমনত। আপোন বুলিবলৈ ত্ৰিদিবৰ আছে একমাত্ৰ ভাতৃ, সিও ইতিমধ্যে চাকৰিত সোমাইছে। পিতৃ - মাতৃৰ ইতিমধ্যে বিয়োগ হৈছে। এতিয়া ত্ৰিদিবৰ সকলো অৰ্থাৎ বৰ্তমান, ভৱিষ্যত নিজৰ হতত।

পৰীক্ষাৰ অন্তত দেখা পালোঁ ত্ৰিদিবৰ ব্লাড ছুগাৰ দুৱাৰদলিত। অৰ্থাৎ লাহে লাহে ডায়েবেটিছ ৰ ফালে ধাৱমান। এতিয়াই যত্ন নললে শীঘ্ৰেই ডায়েবেটিছ হব। ত্ৰিদিবক লব লগা সাৱধানতা খিনি বুজাই দিলোঁ, লগতে কলোঁ যে এতিয়াৰপৰা ত্ৰিদিবৰ স্বাস্থ্য ৰক্ষাৰ যাত্ৰাত আমি emergehealth.in লগত আছোঁ। ফোন নম্বৰটো দি, যেতিয়াই দৰকাৰ ফোন কৰিবলৈ কলোঁ।

এই কাহিনীটোৱে সকলোৰে বাবে এক ডাঙৰ বাৰ্তা বহন কৰিছে। ত্ৰিদিবৰ বয়স তেনেই কম আৰু যদিহে ত্ৰিদিবে এতিয়া নকৰি আজিৰ পৰা 5 বছৰ পিছত স্বাস্থ্য পৰীক্ষা কৰিলেহেঁতেন, তেন্তে সম্ভাব্য কি কি হল হেঁতেন? তেওঁৰ ৰোগটো বহু আগুৱাই গলহেঁতেন, আৰু যদিহে কিডনী ৰ ওপৰত প্ৰভাৱ পৰা হেঁতেন? তেতিয়া!

সেইকাৰণে কওঁ, আজিকালি স্বাস্থ্য পৰীক্ষা তেনেই কম বয়সৰ পৰাই কৰা উচিত। সকলো সজাগ হওক, সুস্থ থাকক।

আমাৰ যোগাযোগৰ নাম্বাৰ 7099033238

Emergehealth মাষ্টাৰ হেল্থ ছেক আপ:

প্ৰকৃত দাম:21,000/- টকা
অনলাইন দাম: 4,000/- টকা
ৰাহিৰ পৰিমাণ: 17,000/- টকা

বিনামুলীয়া ৰেজিষ্ট্ৰেশ্যন লিংক কমেন্টত দিছোঁ। সকলোৱে ৰেজিষ্টাৰ কৰি থওক।

19/08/2026

টোপনিয়ে স্বাস্থ্যত কেনেকৈ প্ৰভাৱ পেলায়? | How Sleep Affects Your Health? DrDhrubajoty Gogoi

এইটো এটা বহুত জৰুৰী কিন্তু প্ৰায়েই গুৰুত্ব নিদিয়া বিষয়। আজিৰ সংখ্যা Healthycast ত তাৰেই বিষয়ে আলোচনা আগবঢ়ালোঁ।

Video টো শ্বেয়াৰ কৰি দিয়ক। বেছি মানুহে জানিলে বেছি মানুহৰ ভাল হব।
আমাৰ যোগাযোগৰ নাম্বাৰ 070990 33238

নগাঁওৰ বঢ়মপুৰত আৰু এখন ঘৰ হল! সকলো কুশলে থাকা।
17/08/2026

নগাঁওৰ বঢ়মপুৰত আৰু এখন ঘৰ হল! সকলো কুশলে থাকা।

মায়ে মাজে মাজে সুধে, "তই video বোৰ নবনোৱা হলি যে কিয়?" মই কওঁ, তুমি ঠিক হৈ গলেই বনাম। আৰু এতিয়া আপোনলোকৰ আশীৰ্বাদত মা সুস্থতাৰ দিশত। যোৱা কেইবামাহো ধৰি মায়ে পাই থকা কষ্টবোৰ কিছো পৰিমাণে কমিব বুলি আমি আশাবাদী। CBD pipe ৰ পৰা 6টাকৈ ডাঙৰ stone সুকলমে removal কৰা হয় মাৰ। Heart ত Temporary Pacemaker লগাই এটা major operation হৈ যায় গুৱাহাটী স্থিত মিডলেণ্ড হস্পিতেল ত। এই কঠিন অস্ত্ৰোপচাৰ ৰ বাবে আমি MIDLEND HOSPITAL কৰ্তৃপক্ষৰ লগতে আমাক আৰম্ভণিৰে পৰা guid কৰা আৰু মাৰ মূল বেমাৰটো ধৰা পেলোৱা Emergehealth.in ৰ স্বত্বাধিকাৰি ডা: ধ্ৰুৱজ্যোতি গগৈ দেৱক অশেষ ধন্যবাদ জনাইছো। ঈশ্বৰে আপনালোকক সদায় সুখত ৰাখক।
বি: দ্ৰ: বহুত দিন ধৰি video একো বনাব পৰা নাছিলো। লাহে লাহে আগবঢ়াই দিম আৰু অপোনালোকলৈ...🙏🙏

টিহুৰ ধ্ৰুৱজ্যোতি মেধি।এদিন এনেদৰেই লগ পাইছিলোঁ emergehealth.in ৰ স্বাস্থ্য পৰীক্ষাৰ যোগেদি।আজি আকৌ লগ পালোঁ emergehealt...
16/08/2026

টিহুৰ ধ্ৰুৱজ্যোতি মেধি।
এদিন এনেদৰেই লগ পাইছিলোঁ emergehealth.in ৰ স্বাস্থ্য পৰীক্ষাৰ যোগেদি।
আজি আকৌ লগ পালোঁ emergehealth.in তেই।

এইবাৰ পিছে ধ্ৰুৱই মোলৈ লৈ আহিছিল এক বিশেষ উপহাৰ। উত্তৰ প্ৰদেশৰ পৰা অনা এখন বিশেষ গামোছা। মৰম আৰু শ্ৰদ্ধাৰ চিন হিচাবে ৰাখি থলোঁ। এতিয়া ধ্ৰুৱৰ লগত আমাৰ সম্পৰ্ক ডাক্তৰ-ৰোগীতকৈ অকণমান বেছি।

Emergehealth.in ৰ যোগেদি ছাগৈ এনেদৰে এদিন গোটেই অসমখনেই ঘৰুৱা হবগৈ। ভালেই লাগিব!

15/08/2026

স্বাধীনতা দিৱসৰ শুভেচ্ছা 🇮🇳
সুস্বাস্থ্যৰ অবিহনে প্ৰকৃত স্বাধীনতা আশাতীত কল্পনা।
সকলোৱে সজাগ হওক,সুস্থ থাকক আৰু স্বাধীনতা উপভোগ কৰক।
Emergehealth Wishes You Good Health & Happiness

অসমখন প্ৰতিভাৰ আকৰ।Our Assam is full of talent এই ভন্তিজনিৰ নাম বৰ্নিশিখা। ডিব্ৰুগড়ত ঘৰ যদিও নাৰেঙ্গী গুৱাহাটীৰ আৰ্মী স...
14/08/2026

অসমখন প্ৰতিভাৰ আকৰ।
Our Assam is full of talent

এই ভন্তিজনিৰ নাম বৰ্নিশিখা। ডিব্ৰুগড়ত ঘৰ যদিও নাৰেঙ্গী গুৱাহাটীৰ আৰ্মী স্কুলত স্কুলীয়া শিক্ষা সম্পন্ন কৰিছিল।

কলেজ শেষ কৰাৰ পিছত IIT, Guwahati আৰু ডিব্ৰুগড়ৰ চাবুৱা স্থিত ICMR (Indian Council Of Medical Research) ৰ পৰা internship শেষ কৰি বৰ্তমান উচ্চ শিক্ষাৰ বাবে ইংলেণ্ডলৈ যাবলৈ ওলাইছে। University of Manchester ত Nano medicine বিভাগত ইতিমধ্যে নামভৰ্তিৰ সুবিধা পাইছে। বৰ্নিশিখাৰ অশেষ মন ঔষধৰ ওপৰত গৱেষণা কৰি মানৱ জাতিৰ বাবে কিবা অৱদান আগবঢ়াবলৈ।

যোৱা মাহত emergehealth লৈ মাকৰ সৈতে আহিছিল। বিদেশলৈ যোৱাৰ আগতে স্বাস্থ্য পৰীক্ষা কৰিবলৈ।
বৰ্ণিশিখাৰ দীৰ্ঘদিনীয়া সপোন পূৰা হোৱাৰ বাবে emergehealth.in ৰ তৰফৰ পৰা বহুত শুভকামনা, শুভেচ্ছা আৰু আশীৰ্বাদ থাকিল। লগতে বহুত ধন্যবাদ থাকিল emergehealth.in ৰ ওপৰত থকা তোমাৰ ভৰসাৰ বাবে। এই ভৰসাই আমাৰ বাবে চালিকা শক্তি।

Emergehealth.in মাষ্টাৰ হেল্থ ছেক আপ:

প্ৰকৃত দাম: 21,000/- টকা
অনলাইন দাম: 4,000/- টকা
সৰ্বমুঠ ৰাহীৰ পৰিমাণ: 17,000/- টকা

আমাৰ যোগাযোগৰ নাম্বাৰ 7099033238
বিনামুলীয়া ৰেজিষ্ট্ৰেশ্যন লিংক কমেন্টত দিছোঁ। সকলোৱে ৰেজিষ্টাৰ কৰি থব। কেতিয়াবা নিশ্চয় লগ পাম।

ভালে থাকিব। সকলোৰে ভাল হওক।

Address

R. G. Baruah Road, Zoo Tiniali, Arunachal Path
Guwahati
781024

Opening Hours

Monday 8am - 7pm
Tuesday 8am - 7pm
Wednesday 8am - 7pm
Thursday 8am - 7pm
Friday 8am - 7pm
Saturday 8am - 7pm
Sunday 8am - 5pm

Telephone

+918011410950

Alerts

Be the first to know and let us send you an email when Emergehealth posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Emergehealth:

Shortcuts

Share