PNR Polyclinic

Directions Website

PNR Polyclinic প্ৰগতি 🏥 Your trusted polyclinic in Guwahati 🌐 Multi-Speciality care for neuro, physio & family health 💙 Healing without surgery

04/10/2026

Grade 3 & Grade 4 Arthritis Treatment

চিকিৎসাৰ পিছত ৰোগীজনৰ প্ৰায় ৮০% উন্নতি!

Grade 3 & Grade 4 Arthritis ৰ ফলত হোৱা গাঁঠিৰ বিষ, জঠৰতা আৰু চলা-ফুৰাৰ অসুবিধাৰ বাবে PNR Polyclinic ত চিকিৎসা গ্ৰহণ কৰাৰ পিছত ৰোগীজনে প্ৰায় ৮০% উন্নতি অনুভৱ কৰিছে।

📍 PNR Polyclinic
Sadilapur, Jalukbari, Guwahati-12

📞 8822 83516

👉 Arthritis ৰ সমস্যাৰ বাবে সঠিক মূল্যায়ন আৰু চিকিৎসাৰ বাবে যোগাযোগ কৰক।

চিকিৎসাৰ ফলাফল ৰোগীৰ অৱস্থা অনুসৰি ভিন্ন হ’ব পাৰে।

01/10/2026

ACL & Ligament Injuryৰ পিছত Recovery ৰোগীৰ নিজৰ মুখেৰে

ACL / Ligament Injuryৰ পিছত চিকিৎসাৰ অভিজ্ঞতা আৰু Recovery সম্পৰ্কে এই ভিডিঅ’টোত ৰোগীগৰাকীয়ে নিজৰ Testimonial** নিজেই শ্বেয়াৰ কৰিছে।

Patient Testimonial | Real Patient Experience | Recovery Journey

ভিডিঅ’টো সম্পূৰ্ণকৈ চাওক আৰু ৰোগীগৰাকীৰ নিজৰ বক্তব্য শুনক।
যদি ভিডিঅ’টো আপোনাৰ ভাল লাগে

আপোনাৰ এটা Share-এ এনে সমস্যাত ভুগি থকা আন এজন ব্যক্তিৰ ওচৰলৈও এই স্বাস্থ্য-সচেতনতামূলক তথ্য পঠিয়াব পাৰে। ❤️

🌿 **PNR POLYCLINIC (Pragati)**
**The Journey Towards Healing**

🏥 **Our Departments / Services:**
🌿 Herbal Medicine
🌱 Naturopathy & Panchakarma
💪 Physiotherapy
🧘 Yoga Therapy
🥗 Diet &

📞 **Appointment: 8822833516**

📍 **Sadilapur, Jalukbari, Guwahati – 781012, Assam**

📌 **Patient Testimonial:**
এই ভিডিঅ’টোত ৰোগীগৰাকীয়ে নিজৰ চিকিৎসা আৰু Recovery সম্পৰ্কে নিজৰ অভিজ্ঞতা নিজেই প্ৰকাশ কৰিছে।

⚠️ *প্ৰত্যেক ৰোগীৰ অৱস্থা আৰু চিকিৎসাৰ ফলাফল ভিন্ন হ’ব পাৰে। চিকিৎসাৰ বাবে যোগ্য চিকিৎসকৰ পৰামৰ্শ লওক।*

29/09/2026

🎧 আপনার শ্রবণ, কথা বলা বা নার্ভ-সংক্রান্ত সমস্যার জন্য এবার আর দূরে যেতে হবে না!
গুয়াহাটি থেকে ডা. অনুপম বৈশ্য,

Chief Consultation Audiologist, আসছেন করিমগঞ্জ (শ্রীভূমি)তে আপনার জন্য। ❤️
শ্রবণ সমস্যা, কানের সমস্যা, শিশুদের Hearing Assessment, Speech Delay, Autism Spectrum Disorder (ASD), Hearing Aid Consultation সহ বিভিন্ন Audiology ও Child Care পরিষেবার জন্য পরামর্শ নিন।
আর শুধু Audiology নয়

Lifestyle Disease, Painrelated এবং Nerve related সমস্যার জন্যও আমাদের Herbal Medicine ও সমন্বিত চিকিৎসা পরিষেবা রয়েছে।

👉 অর্থাৎ, আপনার ব্যথা, নার্ভের সমস্যা, জীবনযাপনজনিত সমস্যা এবং অন্যান্য দীর্ঘস্থায়ী সমস্যার জন্যও আমাদের বিশেষজ্ঞ টিমের পরামর্শ নিতে পারবেন।
📍 ঠিকানা: Subash Nagar Road, Karimganj (Sribhumi)
📞 যোগাযোগ: 9387333735
ডা. অনুপম বৈশ্য আসছেন গুয়াহাটি থেকেআপনার শহর করিমগঞ্জ (শ্রীভূমি)তে।
প্রস্তুত থাকুন! আপনার ও আপনার পরিবারের স্বাস্থ্যসেবার জন্য আমরা আছি।

🎧 Expert Audiology Care is coming closer to you!
Dr. Anupam Baishya, Chief Consultation Audiologist, is coming from Guwahati to Karimganj (Sribhumi) to provide expert consultation for hearing and communication-related concerns.
Services include hearing assessment, ear related concerns, children's hearing assessment, speech delay, ASD, hearing aid consultation and more.
And that's not all!
Our Herbal Centre also provides Herbal Medicine and integrated care for lifestyle related conditions, pain related concerns and nerve related problems.
📍 Subash Nagar Road, Karimganj (Sribhumi)
📞 9387333735
Dr. Anupam Baishya is coming from Guwahati to Karimganj (Sribhumi)for you and your family. Get ready!

#স্বাস্থ্যসেবা #করিমগঞ্জ #শ্রীভূমি #অডিওলজি #শ্রবণসমস্যা #হার্বালচিকিৎসা

📢 **জরুরি নিয়োগ | BPT / DPT (Physiotherapy)**বারাক ভ্যালির **করিমগঞ্জ (শ্রীভূমি)** তে অবস্থিত **Pragati Herbal Center**...
28/09/2026

📢 **জরুরি নিয়োগ | BPT / DPT (Physiotherapy)**

বারাক ভ্যালির **করিমগঞ্জ (শ্রীভূমি)** তে অবস্থিত **Pragati Herbal Center** এ BPT / DPT (Physiotherapy) প্রার্থীদের জন্য জরুরি ভিত্তিতে নিয়োগ চলছে।

🌿 Herbal & Integrated Treatment Environment
👥 Supportive & Professional Team
📈 Career Growth এর সুযোগ
💼 Freshers ও Experienced উভয়েই আবেদন করতে পারবেন
💰 **Salary: Negotiable**

📍 **ঠিকানা:** Subhas Nagar Road, Karimganj (Sribhumi)
📞 **Interview সংক্রান্ত তথ্য:** 9387333735

**আপনি যদি Physiotherapy ও Rehabilitation এর ক্ষেত্রে কাজ করতে আগ্রহী হন, তাহলে আজই যোগাযোগ করুন।**

28/09/2026

🌿 গোলাঘাটৰ পৰা PNR Polyclinicলৈ সুস্থতাৰ এক আশাৰ যাত্ৰা 🙏

দীৰ্ঘদিন ধৰি গোটেই শৰীৰত বিষ, দুৰ্বলতা, খোজ কঢ়াত অসুবিধা, Cervical Pain আৰু Back Pain ত ভুগি থকা এজন ৰোগীয়ে গোলাঘাটৰ পৰা আহি PNR Polyclinic-
ত চিকিৎসা গ্ৰহণ কৰে।

নিয়মীয়াকৈ চিকিৎসা আৰু যত্ন লোৱাৰ পিছত ৰোগীগৰাকীয়ে নিজৰ অভিজ্ঞতা অনুসৰি প্ৰায় ৮০% উন্নতি অনুভৱ কৰিছে। ❤️

তেওঁৰ এই উন্নতি আমাৰ বাবে কেৱল এটা Testimonial নহয়ই আমাৰ Team ৰ বাবে আৰু অধিক নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ অনুপ্ৰেৰণা। 🌿
আপুনিও যদি দীৰ্ঘদিন ধৰি Body Pain, Weakness, Cervical Pain, Back Pain বা খোজ কঢ়াৰ সমস্যাত ভুগি আছে, তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লওক।

📍 PNR Polyclinic, Guwahati
🌿 Integrated Care • Personalised Treatment • Patient Centred Care
ৰোগীৰ ব্যক্তিগত অভিজ্ঞতাৰ ভিত্তিত এই Testimonial প্ৰকাশ কৰা হৈছে। চিকিৎসাৰ ফলাফল ৰোগীভেদে ভিন্ন হ'ব পাৰে।

20/09/2026

Grade III Osteoarthritis ত 90% Improvement Surgery অবিহনে!

নগাঁৱৰ পৰা আমাৰ PNR Polyclinicলৈ চিকিৎসাৰ বাবে আহিছিল এজন ৰোগী। তেখেত Grade III Osteoarthritis ত ভুগি আছিল।

এইধৰণৰ অৱস্থাত বহু ক্ষেত্ৰত ৰোগীক Surgery কৰাৰ পৰামৰ্শ দিয়া হয়। কিন্তু আমাৰ Combined Treatment Approach ৰ জৰিয়তে চিকিৎসা গ্ৰহণ কৰাৰ পিছত ৰোগীগৰাকীয়ে প্ৰায় 90% improvement লাভ কৰাৰ কথা জনাইছে। 🙏

●Grade III Osteoarthritis Care
●Combined Treatment Approach
●Without Surgery
●Personalized Patient Care

গাঁঠিৰ বিষ আৰু Osteoarthritis ৰ সমস্যাই আপোনাৰ দৈনন্দিন জীৱন ব্যাহত কৰিছে নেকি?

সঠিক মূল্যায়ন আৰু উপযুক্ত চিকিৎসাৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক।

📞 8822833516
📍 PNR POLYCLINIC
Seuji Lakhimi Path, Sadilapur, Jalukbari, Guwahati – 781012

19/09/2026

“বিষত ভুগি আছে নেকি?”

গাঁঠিৰ বিষ…
কঁকালৰ বিষ…
হাঁড়-গাঁঠিৰ সমস্যা…
Sciatica…
Slip Disc…

এই সমস্যাবোৰৰ বাবে চিকিৎসা বিচাৰি আপুনি দূৰ-দূৰণিলৈ যাবলগীয়া হৈছে নেকি?

এই দৃশ্যটো চাওক…
দূৰ-দূৰণিৰ পৰা অহা এজন পেচেণ্টক আমাৰ টিমে গাড়ীৰ পৰা নামাই, wheelchair/stretcher ৰ সহায়ত চিকিৎসাৰ বাবে লৈ গৈছে।

কাৰণ প্ৰতিজন পেচেণ্টৰ বাবে আমাৰ টিমৰ লক্ষ্য এটাই,
তেখেতৰ প্ৰয়োজন অনুসৰি সঠিকভাৱে চিকিৎসা আৰু যত্ন আগবঢ়োৱা।

PNR Polyclinic ত বিভিন্ন সমস্যাৰ বাবে প্ৰয়োজন অনুসৰি Combined Treatment Approach ৰে চিকিৎসা আগবঢ়োৱা হয়।

প্ৰতিদিনে বহু পেচেণ্টে দূৰ-দূৰণিৰ পৰা আহি আমাৰ চিকিৎসা আৰু সেৱা গ্ৰহণ কৰে।

আপুনিও চিকিৎসাৰ বাবে Appointment ল’ব বিচাৰিলে যোগাযোগ কৰক।

📞 Appointment: 8822833516

📍 PNR Polyclinic
Seuji Lakhimi Path, Sadilapur, Jalukbari, Guwahati-12

14/09/2026

🦵 আঠুৰ বিষ আৰু Grade 3 Arthritis Surgeryৰ পৰিৱৰ্তে Non-Surgical Care!

আঠুৰ তীব্ৰ বিষ আৰু Grade-3 Arthritisৰ সমস্যাত ভুগি থকা এগৰাকী পেচেণ্টে আন ঠাইত Surgeryৰ পৰামৰ্শ লাভ কৰিছিল। কিন্তু তেওঁ PNR Polyclinic-ত আহি প্ৰায় ১ মাহ চিকিৎসা গ্ৰহণ কৰে।

ইয়াত Herbal Medicine, Naturopathy, Yoga Therapy আৰু Physiotherapy ৰ সমন্বয়ত এটা Combined Treatment Approachৰ জৰিয়তে চিকিৎসা আগবঢ়োৱা হয়।

চিকিৎসাৰ পিছত পেচেণ্টগৰাকীয়ে নিজৰ আঠুৰ সমস্যাত প্ৰায় 60% উন্নতি অনুভৱ কৰিছে আৰু দৈনন্দিন কাম-কাজত আগতকৈ যথেষ্ট সকাহ পাইছে।

তেখেতৰ এই উন্নতিয়ে আমাক আৰু অধিক উৎসাহিত কৰিছে।

👉 Surgeryৰ সিদ্ধান্ত লোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক আৰু আপোনাৰ বাবে উপযুক্ত চিকিৎসাৰ বিকল্পসমূহ জানি লওক।

PNR Polyclinic
🌿 Herbal • Naturopathy • Yoga Therapy • Physiotherapy
Integrated Care for Better Recovery

প্ৰতিজন পেচেণ্টৰ ফলাফল বেলেগ হ’ব পাৰে। চিকিৎসাৰ ফলাফল নিশ্চিত নহয়।

11/09/2026

🩻 Lower Back Pain আৰু Tennis Elbow ৰ বিষত দৈনন্দিন জীৱন কষ্টকৰ হৈ পৰিছে নেকি?

Guwahati Chandmari পৰা PNR Polyclinic লৈ চিকিৎসাৰ বাবে অহা এগৰাকী বাইদেউৰ নিজৰ অভিজ্ঞতা
👉 মাত্ৰ ৪ দিনৰ চিকিৎসাতেই উল্লেখযোগ্য আৰাম অনুভৱ কৰে
👉 চিকিৎসা ১০ দিনলৈকে নিয়মীয়াকৈ আগবঢ়াই নিয়ে
👉 তেখেতৰ ভাষ্য অনুসৰি প্ৰায় ৯০% পৰ্যন্ত উন্নতি অনুভৱ কৰিছে ❤️

Lower Back Pain আৰু Tennis Elbow ৰ বিষে আপোনাৰ দৈনন্দিন জীৱনত বাধা দিছে নেকি?

তেখেতৰ সম্পূৰ্ণ অভিজ্ঞতা শুনক তেখেতে নিজেই কৈছে PNR Polyclinic ত লাভ কৰা নিজৰ চিকিৎসাৰ অভিজ্ঞতাৰ কথা। 🎥

📍 PNR Polyclinic
আপোনাৰ বিষ, আপোনাৰ সমস্যা ব্যক্তিভেদে চিকিৎসা পৰিকল্পনা।

09/09/2026

🦵 Osteoarthritis Grade 3–4 বুলি শুনি আশা এৰি দিছে নেকি?

অষ্টিঅ’আৰ্থ্ৰাইটিছৰ তীব্ৰ পৰ্যায়তো সঠিক চিকিৎসা আৰু নিয়মীয়া যত্নে বহু ৰোগীৰ বিষ আৰু দৈনন্দিন জীৱনৰ সমস্যাত উল্লেখযোগ্য উন্নতি আনিব পাৰে। ❤️

PNR Polyclinic-ত OA Grade 3–4 ত ভুগি থকা ৰোগীৰ বাবে ব্যক্তিভেদে মূল্যায়ন কৰি চিকিৎসা পৰিকল্পনা প্ৰস্তুত কৰা হয়।

✨ বিষ কমোৱাৰ লক্ষ্য
✨ চলাফেৰাৰ ক্ষমতা উন্নত কৰাৰ লক্ষ্য
✨ দৈনন্দিন জীৱন অধিক সহজ কৰি তোলাৰ লক্ষ্য

“বিষত আপোনাৰ জীৱন থমকাই নিদিব সঠিক মূল্যায়নৰ জৰিয়তে চিকিৎসাৰ উপযুক্ত পথ বিচাৰক।”

📍 PNR Polyclinic, Guwahati,Jalukbari, Sadilapur near Army transit camp
📞 আজিয়েই যোগাযোগ কৰক। 088228 33516

ফল ৰোগীভেদে ভিন্ন হ’ব পাৰে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি চিকিৎসা গ্ৰহণ কৰক।

Address

Seuji Lakhimi Path
Guwahati
781012

Alerts

Be the first to know and let us send you an email when PNR Polyclinic posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share