Health Care Homoeo Clinic, Debosthan

Health Care Homoeo Clinic, Debosthan 𝑫𝒓.𝑨𝒃𝒃𝒂𝒔 𝑼𝒅𝒅𝒊𝒏, 𝑩𝑯𝑴𝑺
(𝑸𝒖𝒂𝒍𝒊𝒇𝒊𝒆𝒅 𝑯𝒐𝒎𝒐𝒆𝒐𝒑𝒂𝒕𝒉𝒊𝒄 𝑷𝒉𝒚𝒔𝒊𝒄𝒊𝒂𝒏)
Contact No-8638263992

27/05/2026
20/05/2026

✅ গৰমৰ প্ৰকোপ ✅
গৰমৰ তাপপ্ৰবাহ (HEAT WAVE)ৰ পৰা বাচিবলৈ কিছু জৰুৰী পৰামৰ্শ

1️⃣ বেছি পৰিমাণে পানী খাব।

2️⃣ ORS, নেমুৰ পানী, ডাবৰ পানী আদি খাব।
➡️ শৰীৰত পানী আৰু নিমখৰ ভাৰসাম্য বজাই ৰাখে।

3️⃣ দুপৰীয়া ১১ বজাৰ পৰা ৪ বজালৈ ৰ’দত কম ওলাব।
➡️ এই সময়ত গৰমৰ প্ৰভাৱ অধিক থাকে।

4️⃣ পাতল আৰু হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব।
➡️ শৰীৰ ঠাণ্ডা ৰখাত সহায় কৰে।

5️⃣ ছাতি, টুপি ব্যৱহাৰ কৰিব।
➡️ সূৰ্যৰ তাপৰ পৰা সুৰক্ষা দিয়ে।

6️⃣ বাহিৰত থাকিলে মাজে মাজে জিৰণি ল’ব।
➡️ অতিপাত গৰমত দীঘলীয়া সময় কাম নকৰিব।

7️⃣ অতিপাত গৰমত কঠিন শাৰীৰিক পৰিশ্ৰম এৰাই চলিব।
➡️ Heat Strokeৰ আশংকা কমে।

8️⃣ শিশু, বৃদ্ধ আৰু অসুস্থ ব্যক্তিক বিশেষ যত্ন ল’ব
➡️ গৰমত এইসকলৰ অসুস্থ হোৱাৰ সম্ভাৱনা বেছি।

9️⃣ গাড়ীৰ ভিতৰত শিশু বা বৃদ্ধক অকলে এৰি নিদিব
➡️ গাড়ীৰ ভিতৰত তাপ বিপজ্জনকভাৱে বৃদ্ধি পাব পাৰে।

🔟 বেছি চাহ, কফি বা মদ্যপান এৰাই চলিব
➡️ এইবোৰে শৰীৰ অধিক পানীশূন্য কৰিব পাৰে।

⚠️ Heat Strokeৰ লক্ষণসমূহ:
• অত্যাধিক জ্বৰ।
• মূৰ ঘূৰণি বা মূৰ বিষ।
• অত্যাধিক ঘাম বা ঘাম বন্ধ হৈ যোৱা।
• বমি ভাব বা বমি।
• দুৰ্বলতা আৰু অচেতন ভাব।
• হৃদস্পন্দন অধিক হোৱা।
• শৰীৰৰ ছাল গৰম আৰু শুকান হৈ যোৱা।
• অজ্ঞান হোৱা।
🚑 এই লক্ষণ দেখা দিলে:
✅ তৎক্ষণাত ঠাণ্ডা ঠাইলৈ নিয়ক।
✅ পানী বা ORS খাবলৈ দিয়ক।
✅ শৰীৰ ঠাণ্ডা কাপোৰে মচি দিয়ক।
✅ তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক।

🌿 পানী খাব, সুস্থ থাকিব, গৰমৰ পৰা সাৱধান থাকিব।

Dr.Abbas Uddin,BHMS
Health Care Homoeo Clinic, Debosthan
CONTACT-8638263992

🟥 FATTY LIVER“যেতিয়া Liver ৰ ভিতৰত অধিক চৰ্বি জমা হয়, তাকেই Fatty Liver বুলি কোৱা হয়।অধিক তেল-মচলাযুক্ত খাদ্য, মিঠা ব...
18/05/2026

🟥 FATTY LIVER

“যেতিয়া Liver ৰ ভিতৰত অধিক চৰ্বি জমা হয়, তাকেই Fatty Liver বুলি কোৱা হয়।
অধিক তেল-মচলাযুক্ত খাদ্য, মিঠা বস্তু, obesity, diabetes, alcohol আৰু exercise নকৰাৰ বাবে এই সমস্যা হ’ব পাৰে।”
⚠️ Fatty Liver ৰ লক্ষণসমূহ —
🔴 সদায় ভাগৰুৱা আৰু দুর্বল অনুভৱ
🔴 সোঁফালৰ ওপৰ পেটত বিষ বা heaviness
🔴 গেছ, অজীৰ্ণ আৰু পেট ফুলি থকা
🔴 খাবলৈ মন নযোৱা
🔴 বমিভাৱ বা মুখ তিতা লাগা
🔴 হঠাতে ওজন বৃদ্ধি
🔴 অলপ কাম কৰিলেও ক্লান্তি অনুভৱ
🔴 কেতিয়াবা কোনো লক্ষণ নাথাকিবও পাৰে
✅ Fatty Liver থাকিলে কি খাব ?
🟢 সেউজীয়া শাক-পাচলি
🟢 ফলমূল সীমিত পৰিমাণে
🟢 ডাইল, oats, whole grains
🟢 মাছ আৰু কম তেলীয়া খাদ্য
🟢 অধিক পৰিমাণে পানী
🟢 প্ৰতিদিনে খোজ কঢ়া আৰু exercise
❌ কি খাব নালাগে ?
🔴 ভজা-পোৰা আৰু অধিক তেলীয়া খাদ্য
🔴 Cold drinks আৰু মিঠা juice
🔴 Cake, pastry, bakery items
🔴 Fast food আৰু processed food
🔴 অধিক মিঠা বস্তু
🔴 Alcohol
🔴 অধিক red meat

🟢 “ওজন নিয়ন্ত্ৰণ, sugar control আৰু নিয়মীয়া exercise কৰিলে Fatty Liver ভাল হ’ব পাৰে।”
পৰামৰ্শৰ বাবে যোগাযোগ কৰক
🩺 Dr. Abbas Uddin, BHMS
HEALTH CARE HOMOEO CLINIC, DEBOSTHAN
📞 8638263992

✅ “আপুনি বাৰে বাৰে টইলেট যাব লগা হয় নেকি?”✅ “পেটত গেছ, ফূলা বা গুৰগুৰনি অনুভৱ হয় নেকি?”✅ “খোৱাৰ পিছতে টইলেটৰ বেগে ধৰে নে...
17/05/2026

✅ “আপুনি বাৰে বাৰে টইলেট যাব লগা হয় নেকি?”
✅ “পেটত গেছ, ফূলা বা গুৰগুৰনি অনুভৱ হয় নেকি?”
✅ “খোৱাৰ পিছতে টইলেটৰ বেগে ধৰে নেকি?”
✅ “কেতিয়াবা পাতল পায়খানা আৰু কেতিয়াবা কোষ্ঠকাঠিন্য হয় নেকি?”
✅ “পেটৰ বিষ বা অস্বস্তিৰ বাবে দৈনন্দিন কামত অসুবিধা পাইছে নেকি?”
✅ “এইবোৰ লক্ষণ IBS (ইৰিটেবল বাওৱেল ছিণ্ড্ৰম) হব পাৰে।”
✅ “সঠিক খাদ্যাভ্যাস আৰু চিকিৎসাৰ সহায়ত IBS নিয়ন্ত্ৰণত ৰাখিব পাৰি।”
পৰামৰ্শৰ বাবে যোগাযোগ কৰক
Dr. Abbas Uddin, BHMS
HEALTH CARE HOMOEO CLINIC, DEBOSTHAN
CONTACT -8638263992

Allergic Rhinitis
08/05/2026

Allergic Rhinitis

Address

Debosthan (Howraghat), Opposite Of Moudanga High School, Dist::Hojai(Assam) , Pin-782481
Hojai
782481

Telephone

+918638263992

Website

Alerts

Be the first to know and let us send you an email when Health Care Homoeo Clinic, Debosthan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share