Shravan Hearing and Speech Therapy Clinic

Shravan Hearing and Speech Therapy Clinic Shravan is an HEARING AIDS CENTRE/STORE & Speech Therapy Clinic. Mainly deals with HEARING AIDS/MACHINES from all top leading brands.

All kinds of hearing tests are done here.You will get full services from RCI recognised trained personnels

On 14th August, 2026, we had organised 2nd Flood relief health camp on Rudrasagar, Sivasagar.
15/08/2026

On 14th August, 2026, we had organised 2nd Flood relief health camp on Rudrasagar, Sivasagar.

Shravan Hearing and Speech Therapy Clinic wishes you all a very Happy Independence Day.
15/08/2026

Shravan Hearing and Speech Therapy Clinic wishes you all a very Happy Independence Day.

12/08/2026

About Hearing Aids
কাণৰ মেচিনৰ সবিশেষ।
Contact no. 8638568558

On 1st Aug, 2026, we organised a flood relief Medical camp in Kowamora Handique Gaon, Sivasagar. We have successfully se...
01/08/2026

On 1st Aug, 2026, we organised a flood relief Medical camp in Kowamora Handique Gaon, Sivasagar. We have successfully served around 200 flood- affected patients in this area. Heartiest thanks to the ACCLMP Assam Chapter and the Riders Group RUFA(Riders Union Forum of Assam) for joining us and making this camp a successful one.
আমি ১ আগষ্ট,২০২৬ তাৰিখে শিৱসাগৰৰ কোৱামৰা সন্দিকৈ গাঁওত এটা স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিলো। প্ৰায় ২০০ গৰাকী বানাক্ৰান্ত লোকক আমি সেৱা আগবঢ়াবলৈ সক্ষম হ'লো। আমাৰ এই প্ৰচেষ্টাত আমাক সহযোগ কৰিলে ACCLMP Assam Chapter আৰু ৰাইডাৰ্ছ দল RUFA। তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।

অহা কালিলৈ আমি শ্ৰৱণ হিয়াৰিং এণ্ড স্পীছ থেৰাপী ক্লিনিকৰ ফালৰ পৰা বানপীড়িত ৰাইজৰ কাৰণে স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত...
31/07/2026

অহা কালিলৈ আমি শ্ৰৱণ হিয়াৰিং এণ্ড স্পীছ থেৰাপী ক্লিনিকৰ ফালৰ পৰা বানপীড়িত ৰাইজৰ কাৰণে স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিবলৈ লৈছো। আমাক এতিয়ালৈকে যিয়েই সহায় কৰিছে তেওঁলোকক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছো।

আজি আমি আমাৰ ক্লিনিকৰ ফালৰ পৰা শিৱসাগৰৰ কোৱামৰা সন্দিকৈ গাঁৱৰ বানপীড়িত ৰাইজৰ ওচৰত গ'লো। তেওঁলোকক নিজৰ সাধ্যানুসাৰে কিছু...
26/07/2026

আজি আমি আমাৰ ক্লিনিকৰ ফালৰ পৰা শিৱসাগৰৰ কোৱামৰা সন্দিকৈ গাঁৱৰ বানপীড়িত ৰাইজৰ ওচৰত গ'লো। তেওঁলোকক নিজৰ সাধ্যানুসাৰে কিছু সহায় আগবঢ়ালো। আমাক এতিয়ালৈকে যিয়েই সহায় কৰিছে, তেওঁলোকক বহুত ধন্যবাদ জনাইছো। Next flood reliefৰ কাৰণে আমি আকৌ সাজু হৈছো। গতিকে আপোনালোক কোনোবাই যদি সহায় আগবঢ়াব বিচাৰিছে, তেন্তে আগবঢ়াব পাৰে।
Contact no. 086385 68558

শ্ৰৱণ হিয়াৰিং এণ্ড স্পীছ থেৰাপী ক্লিনিকৰ ফালৰ পৰা বানাক্ৰান্ত ৰাইজক সহায় সহযোগিতা আগবঢ়ায় থকা হৈছে। খোৱা পানী, খোৱা ব...
26/07/2026

শ্ৰৱণ হিয়াৰিং এণ্ড স্পীছ থেৰাপী ক্লিনিকৰ ফালৰ পৰা বানাক্ৰান্ত ৰাইজক সহায় সহযোগিতা আগবঢ়ায় থকা হৈছে। খোৱা পানী, খোৱা বস্তু, ব্যৱহাৰ কৰিব পৰা কাপোৰ, মহিলাসকলৰ অত্যাৱশ্যকীয় সামগ্ৰী দি থকা হৈছে। আপোনালোকেও যদি সহায় সহযোগিতা আগবঢ়াব বিচাৰে, তেন্তে তলত দিয়া স্কেনাৰত দিব পাৰে নতুবা তলত উল্লেখ কৰা যিকোনো বস্তু দিব পাৰে। Contact no. 8638568558

01/07/2026

About Hearing Aids..
কাণৰ মেচিনৰ সবিশেষ
Contact no. 8638568558

Date: 16th May & 13th JuneVenue: Shravan Hearing and Speech Therapy Clinic, Babupatty, SivasagarJoin us! Free Blood test...
11/05/2026

Date: 16th May & 13th June
Venue: Shravan Hearing and Speech Therapy Clinic, Babupatty, Sivasagar
Join us! Free Blood test, Free Hearing Test and Hearing Aid Trial by experts; Free Speech Checkup by Speech Therapists, and Free Doctor's Consultation.

Vacancy alert!!Location: Dibrugarh
09/05/2026

Vacancy alert!!
Location: Dibrugarh

Address

Jorhat
785001

Opening Hours

Monday 9:30am - 6pm
Tuesday 9:30am - 6pm
Wednesday 9:30am - 6pm
Thursday 9:30am - 6pm
Friday 9:30am - 6pm
Saturday 9:30am - 6pm

Telephone

+918638568558

Website

Alerts

Be the first to know and let us send you an email when Shravan Hearing and Speech Therapy Clinic posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share