Physiovive

Physiovive Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Physiovive, Medical and health, .

21/07/2026

মাত্ৰ ৭০০ টকাতে কৰিব পৰা এটা থেৰাপিৰ লাভালাভৰ বিষয়ে জানো আহক || সবিশেষ জানিবলৈ ফোন কৰক +91-7002384867

We’re PHYSIOVIVE, আপোনাৰ নিজৰ ফিজিওথেৰাপিষ্ট ॥

#𝐣𝐨𝐫𝐡𝐚𝐭

13/07/2026

আজি শিকো আহক গোৰোহা বিষৰ সমস‍্যাৰ পৰা সকাহ পাব পৰা কেইটামান টিপছ | অধিক জানিবলৈ ফোন কৰক +91-7002384867

We’re PHYSIOVIVE, আপোনাৰ নিজৰ ফিজিওথেৰাপিষ্ট ॥

#𝐣𝐨𝐫𝐡𝐚𝐭 #𝐆𝐨𝐥𝐚𝐠𝐡𝐚𝐭

10/07/2026
10/07/2026

ছাইটিকা সমস‍্যাৰ পৰা সকাহ পাবলৈ ‍ কেইটামান সহজ টিপছ । সবিশেষ জানিবলৈ ফোন কৰক +91-7002384867।

We’re PHYSIOVIVE, আপোনাৰ নিজৰ ফিজিওথেৰাপিষ্ট ॥

#𝐣𝐨𝐫𝐡𝐚𝐭 #𝐆𝐨𝐥𝐚𝐠𝐡𝐚𝐭

04/07/2026

আজিৰ দিনত ৫০ ৰ উৰ্দ্ধৰ ১০ জন মানুহৰ ভিতৰত ৫ জনেই Arthritis বা বাত বিষৰ সমস‍্যাত জৰ্জৰিত। আৰু কেৱল মাত্ৰ Exercise ৰ দ্বাৰা Arthritis ৰ সমস‍্যা ঠিক নহয়, ব‍্যায়ামৰ লগতে আপোনাক লাগিব এটা ভাল ডায়েট প্লেন । আপুনিও যদি Arthritis বা বাতবিষৰ সমস‍্যাত ভুগি আছে তেনেহ’লে এই ভিডিওটো শেষৰলৈকে চাব । সবিশেষ জানিবলৈ যোগাযোগ কৰক +91-7002384867

We’re PHYSIOVIVE, আপোনাৰ নিজৰ ফিজিওথেৰাপিষ্ট ॥

#𝐣𝐨𝐫𝐡𝐚𝐭 #𝐆𝐨𝐥𝐚𝐠𝐡𝐚𝐭

01/07/2026

আমি প্ৰত‍্যেকটো দেওবাৰে এঘন্টাৰ বাবে এটা অনলাইন Consultancy
অনুষ্ঠানৰ আয়োজন কৰিবলৈ গৈ আছো, য’ত আপোনালোকৰ বিভিন্ন বিষৰ সমস‍্যাৰ লগতে ফিজিও’থেৰাপিৰ ওপৰত বিভিন্ন কথা পাতিম । গতিকে সবিশেষ জানিবলৈ তলত দিয়া নম্বৰত যোগাযোগ কৰক ।

Ph +91-7002384867

We’re PHYSIOVIVE, আপোনাৰ নিজৰ ফিজিওথেৰাপিষ্ট ॥

#𝐆𝐨𝐥𝐚𝐠𝐡𝐚𝐭 #𝐣𝐨𝐫𝐡𝐚𝐭

29/06/2026

কঁকালৰ বিষৰ পৰা সোনকালে সকাহ পাবলৈ বিচাৰে যদি এই কেইটা ব‍্যায়াম কৰিবলৈ আজিৰ পৰাই আৰম্ভ কৰক । সবিশেষ জানিবলৈ ফোন কৰক +91-7002384867

We’re PHYSIOVIVE, আপোনাৰ নিজৰ ফিজিওথেৰাপিষ্ট ॥

#𝐣𝐨𝐫𝐡𝐚𝐭 #𝐆𝐨𝐥𝐚𝐠𝐡𝐚𝐭

27/06/2026

আজি চাওঁ আহক 400 টকাত কিমান কেইটা ব‍্যায়াম কৰিব পাৰি । লিংকটো পাবলৈ আমাক মেচেজ কৰক । call us for more information +91-7002384867 |

We’re PHYSIOVIVE, আপোনাৰ নিজৰ ফিজিওথেৰাপিষ্ট ॥

#𝐆𝐨𝐥𝐚𝐠𝐡𝐚𝐭

26/06/2026

অফিচত কাম কৰোতে, গাড়ী চলাওতে বা ফোন টিপি থাকোতেও ডিঙিৰ বিষে কষ্ট দিয়ে ? যদিহে আপুনিও এই সমস‍্যাত ভূগি আছে তেনেহ’লে এইটো ভিডিও আপোনাৰ বাবে ।

Call us for more information +91-7002384867

We’re PHYSIOVIVE, আপোনাৰ নিজৰ ফিজিওথেৰাপিষ্ট ॥
#𝐣𝐨𝐫𝐡𝐚𝐭 #𝐆𝐨𝐥𝐚𝐠𝐡𝐚𝐭

24/06/2026

কান্ধৰ বিষ বা Shoulder pain ৰ সমস‍্যাৰ পৰা উপশম পাব পৰাকৈ কেইটামান সহজ ব‍্যায়াম । ভালদৰে জানিবলৈ ফোন কৰক +91-7002384867

We’re PHYSIOVIVE, আপোনাৰ নিজৰ ফিজিওথেৰাপিষ্ট

#𝐣𝐨𝐫𝐡𝐚𝐭 #𝐆𝐨𝐥𝐚𝐠𝐡𝐚𝐭

Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when Physiovive posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your business to be the top-listed Health & Beauty Business?

Share