Mrityunjaytrust

Mrityunjaytrust Accept our greetings, We are glad to inform you that a Medical Trust has been constituted for the poor and helpless people of Assam.

29/01/2025

অহা মাৰ্চ মাহৰ পৰা অসমৰ প্ৰতিখন জিলাত এটাকৈ মৃত্যুঞ্জয় ন্যাস অসম ৰ তৰফৰ পৰা চিকিৎসা শিৱিৰ আয়োজন কৰা হ'ব -অসমৰ লগতে অসমৰ বাহিৰৰ পৰা অনা হ'ব চিকিৎসকৰ বিশেষ দল ।

02/01/2025

অসমৰ যদি কোনো শিশুৱে টকাৰ অভাৱত Liver Transplant কৰিৱ পৰা নাই তেন্তে ফোন কৰিৱ "মৃত্যুঞ্জয় ন্যাস অসম 9957942599
আমি সহায় কৰিম 🙏

মৃত্যুঞ্জয় ন্যাস অসম (অসমৰ অসহায় ৰোগীৰ বিপদৰ বন্ধু ) গঠন হোৱা আজি এটা বছৰ সম্পূৰ্ন কৰিলে । অসমবাসীৰ সহায় সহযোগৰ বাবে অশে...
17/04/2023

মৃত্যুঞ্জয় ন্যাস অসম (অসমৰ অসহায় ৰোগীৰ বিপদৰ বন্ধু ) গঠন হোৱা আজি এটা বছৰ সম্পূৰ্ন কৰিলে । অসমবাসীৰ সহায় সহযোগৰ বাবে অশেষ ধন্যবাদ জনালোঁ । 
জীউ জীৱন মৃত্যুৰ যুদ্ধ খনৰ পিছতে গঠন হৈছিল মৃত্যুঞ্জয় ন্যাস অসম । কিন্তু আপোনালোক হয়তো সকলোৱে জ্ঞাত আজি জীউ আমাৰ মাজত নাই ।
জীউৰ লগত যথেষ্ট ব্যস্ত হ'ব লগা বাবে মই মৃত্যুঞ্জয় ন্যাসৰ কাম সমূহ চলাই নিয়াত অসুবিধাৰ সন্মূখীন হৈছিলো সেয়েহে প্ৰতিগৰাকী অসমবাসীৰ ওচৰত মই ক্ষমাপ্ৰাৰ্থী । অচিৰেই আকৌ নতুন ৰুপত কাম আগবাঢ়িব মৃত্যুঞ্জয় ন্যাস অসমৰ ।

Address

Mangaldai
Mangaldai
784125

Alerts

Be the first to know and let us send you an email when Mrityunjaytrust posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Mrityunjaytrust:

Share