Health Corner, Kaplabori

Health Corner, Kaplabori


প্ৰত্যেক দিনা ৰাতিপুৱা আৰু আবেলি ডাক্তৰ লগ পাব।

9101460431

26/01/2026
26/01/2026
26/01/2026
12/01/2026

#ৰোগীৰ_wall_ৰ_পৰা

#সন্তানহিনতা_আৰু_আয়ুৰ্বেদিক_চিকিৎসা

মোৰ বিয়া হোৱা বেছি দিন হোৱা নাছিল লগতে বয়স ও বেছি নহয় যদিও কিছুমান doctor ৰ কথাত আমি husband wife দুইজনে বহুত ভাগি পৰিছিলো, গুৱাহাটী বহুত নামি হস্পিটেলৰ ডক্তৰ মতে আমি মা দেউতা হওঁতে বহুত সময় লাগিব,যিহেতু আমাৰ lifestyle বেয়া আছিল,ৰিপোৰ্ট বেয়া আছিল।

কিন্তু কোনেও আমাক lifestyle changes ৰ কথা কোৱা নাছিল,কেৱল তেওঁলোকৰ কথা মতে treatment ৰ নামত বহুত টকা বৰবাদ কৰি হে গৈ আছিলোঁ ,এনেকুৱা কিছুমান কথা কৈছিল আমাক মনত পৰিলে এতিয়াও দুখ লাগে।

তাৰ মাজতে Dr Habibul Haque, MS-Ay Obs and Gynae Dr Habibul Haque, MS-Ay Obs and Gynae

আচৰিত ধৰণে তেওঁ মোক lifestyle changes ৰ কথা ক'লে,yoga,diet, লগতে আয়ুৰ্বেদিক দৰব।

প্ৰথমজন মানুহ মোৰ জীৱনত যিয়ে মাত্ৰ সামান্য মাননী এটাৰ বিনিময়ত মোক সম্পূৰ্ণ জীৱনশৈলী সলাই পেলালে,আৰু আজি মই এজনী ধুনীয়া কন্যা সন্তান ৰ মাতৃ,তেওঁ কেৱল মোক conceive কৰাই এৰি দিয়া নাছিল,

Pregnancy এই ৯ মাহ journey টোত মোৰ পৰা এটকাও মাননী নোলোৱাকৈ মোক guide কৰিছিল,বুজি পালোঁ আচলতে সেৱা কৰা কাক কয়,মই তেওঁক লগ ও পোৱা নাই,আজিলৈ দেখাও নাই,কিন্তু মনৰ মাজত মোৰ বাবে তেওঁ মহাদেৱ এ পঠাই দিয়া দুত।

Thank you so much sir🙏🙏

আপোনালোকে নামি দামী হস্পিটেল ৰ ডক্তৰ কথাত মন বেয়া নকৰি এবাৰ lifestyle change ও কৰি চাব।

এই পষ্টটো তেওঁলোকৰ সহায় হব বুলি এ দিলোঁ,যিয়ে মা দেউতা হবলৈ আশাৰে ৰৈ আছে,

ভগৱানে ভাল কৰক🙏

Address

(Hajo-Mukalmua("Kaplabori")Rampur-Daulashal/Barpeta) Road
Nalbari Village
781138

Opening Hours

Monday 7am - 10pm
Tuesday 7am - 10pm
Wednesday 7am - 10pm
Thursday 7am - 10pm
Friday 7am - 10pm
Saturday 7am - 10pm
Sunday 7am - 10pm

Alerts

Be the first to know and let us send you an email when Health Corner, Kaplabori posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share