H. R Veterinary, Rampur Nalbari

H. R Veterinary, Rampur Nalbari I am a Veterinary Doctor. I have treated ailing both small and large animals.I have a Veterinary pha

28/07/2023

শুভ আবেলি বন্ধু -বান্ধৱী সকল। আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰোঁ যে অসম দক্ষতা বিকাশ অভিযানৰ অন্তৰ্গত এইচ আৰ ভেটেৰিনাৰী চেন্টাৰত অৰ্হতা সম্পূৰ্ণ পুৰুষ -মহিলাৰ বাবে ছিলাই মেছিনৰ ,মাশ্বৰুম উৎপাদন, জৈৱিক সাৰ তৈয়াৰ কৰা আদিৰ বিশেষ বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। প্ৰশিক্ষাৰ্থী সকলৰ থকা মেলাৰ বাবে হোষ্টেলৰ সু-ব্যৱস্থা ৰখা হৈছে। ইচ্ছুক প্ৰাৰ্থী সকলোক অতি সোনকালেই প্ৰয়োজনীয় নথি-পত্ৰ সহ ৰামপুৰ আঞ্চলিক জাতীয় বিদ্যালয়ত থকা আমাৰ ট্ৰেইনিং চেণ্টাৰৰ লগত যোগাযোগ কৰিবলৈ আমি অনুৰোধ জনালোঁ। যোগাযোগৰ বাবে তলত দিয়া নম্বৰটোত ফোন কৰিব পাৰে ৯১২৭৩৩০৯৫০ । ধন্যবাদ জ্ঞাপন কৰি আজিলৈ সামৰিছো ।জয় আই অসম।

28/07/2023

শুভ ৰাতিপুৱা বন্ধু -বান্ধৱী সকল।

19/12/2022

শুভ ৰাতিপুৱা বন্ধু-বান্ধবী সকল। আশাকৰোঁ আপোনালোকে পৰম কৰুণাময়ৰ কৃপাত ভালে -কুশলে আছে। মই আজি বিশেষকৈ নতুনকৈ আৰম্ভ কৰা পশু-পালক বন্ধু-বান্ধৱীৰ উদ্দেশ্যে দু-আষাৰ কব বিচাৰিছো যিয়ে আপোনাৰ ফাৰ্মখন পৰিচালনা কৰাত যথেষ্ঠ সহায়ক হব। 1.যি ঠাইত ফাৰ্মখন আৰম্ভ কৰিব সেই জেগাখিনি সেই ফাৰ্মাৰ বাবে উপযুক্ত হয়নে নহয় তাৰপ্ৰতি অধিক গুৰুত্ব দিব।2.বিজ্ঞান সন্মত ভাৱে ফাৰ্মখনৰ ঘৰৰ ব্যৱস্থা কৰা ।3. উন্নতমানৰ জাতৰ নিৰ্বাচন কৰিব।4.সচৰাচৰভাৱে কৰিথকা ফাৰ্মখনক অনুসৰণ নকৰি বিজ্ঞান সন্মতভাৱে আধুনিক প্ৰযুক্তিৰ প্ৰয়োগ কৰক ।5.আপোনাৰ ওচৰত থকা পশুচিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ।6.শেষত সবিশেষ জানিবৰ বাবে কোনো এখন চৰকাৰী প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা প্ৰশিক্ষণ লাভ কৰক ।

27/10/2022

এইচ আৰ ভেটেৰীনাৰী ৰামপুৰ ,নলবাৰীৰ পৰা সকলো বন্ধু-বান্ধবীলৈ শুভ সন্দিয়াৰ শু়ভ কামনা যাচিলো|অতি সোনকালেই আমাৰ প্ৰশিೊণ কেন্দ্ৰত সম্পূৰ্ণ বিনামূলীয়াকৈ অসম দೊতা বিকাশ অ়ভিযানৰ অন্তৰ্গত গৰু আৰু গাহৰি পালনৰ ওপৰত প্ৰশিೊণৰ ব্যব্স্তা কৰা হৈছে|গতিকে অৰ্হতা সম্পন্ন নূন্নতম অষ্টমমান শ্ৰেণীৰ পৰা আৰম্ভ কৰি উচ্চ শিೊা লা়ভ কৰা পুৰুষ মহিলা ,যিয়ে ফাৰ্মিঙৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰে তেওলোকৰ পৰা প্ৰপত্ৰ বিচৰা হৈছে|নি়ঁজক অসম দೊতা বিকাশ অভিযানৰ পৰটেলত অন্তভুক্ত কৰিবলৈ আমাৰ ট্ৰেইনিং চেন্টাৰলৈ তলত উল্লেখ কৰা ন়থিপত্ৰ লৈ উপস্তিত হব পাৰে| নথিসমূহ হল 1.়ফটো একপি 2.আধাৰ কাৰ্ডৰ ়ফটোকপি 3.পান কাৰ্ডৰ 4.ভোটাৰ কাৰ্ড 5. বেন্ক পাচবুকৰ ফটোকপি 6.স্কুল,কলেজৰ পাছ ছাৰ্টি়ফিকেট ইত্যাদি|আপোনালোকৰ
জ্ঞাত কোনো বন্ধু বান্ধবী কাটিং এণ্ড ট্ৰেইলৰিং,মেকাপ আৰ্টিষ্ট ৰ ট্ৰে়ইনিং অ়ফ ট্ৰেইনাৰৰ ছাৰ্টিফিকেট প্ৰাপ্ত কোনো প্ৰশিೊক থাকিলে আমাক ট্ৰেইনাৰ জনৰ বিষয়ে জনাবলৈ আপোনালোকলৈ বিনম্ৰতাৰে প্ৰাৰ্থনা জনালো|ইতি Dr.Abdur Rashid, contact number _9127330950

24/09/2022

Good evening and greetings from H.R Veterinary, Rampur, Nalbari.As Many of my dear friends already know that H.R Veterinary is not only a veterinary clinics but also a excellent free training center for unemployed youth s in the Veterinary and it's allied sectors.We are very happy to inform you all that our new courses will start very recently for the following batches namely 2nd batch for the Artificial insemination Technician ,3rd batch for the Piggery Farmer and 4th batch for the Dairy Farmer/Entrepreneurs.So we wanted application from the unemployed youths as well as the students who leaves their school before completion of course.This golden opportunity is given by Assam Skill Development Mission and National Skill Development co-operation with free training program through our training center.So,I highly requested you all please inform your nearest one who deserves this training program.Any one can contact with me for more details.My contact number is 9127330950.Stay safe,stay happy.

Address

Nalbari
781312

Opening Hours

Monday 9am - 7pm
Tuesday 9am - 7:30pm
Wednesday 9am - 7pm
Thursday 9am - 8pm
Friday 9am - 7pm
Saturday 9am - 6:30pm
Sunday 9am - 6pm

Telephone

+919127330950

Website

Alerts

Be the first to know and let us send you an email when H. R Veterinary, Rampur Nalbari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to H. R Veterinary, Rampur Nalbari:

Share