03/05/2026
কেইদিনমান আগতে পিত্তনলীৰ পাত্থৰৰ বাবে বিন্ধা কৰি (Laparoscopy) সফলভাৱে এটা অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়।
এই অস্ত্ৰোপচাৰৰ জৰিয়তে পিত্তনলীৰ পাত্থৰ উলিওৱাৰ লগতে পিত্তনলীৰ প্ৰাথমিক মেৰামতি (Primary Repair) সফলভাৱে কৰা হয়।
এই প্ৰক্ৰিয়াটো সম্পূৰ্ণভাৱে আধুনিক বিন্ধা কৰি (Laparoscopic) প্ৰযুক্তিৰে সম্পন্ন কৰা হৈছিল — য’ত পেটতো ডাঙৰকৈ নাকাটি মাত্ৰ ৫ টা সৰু বিন্ধাৰ (৫ মিলিমিটাৰৰ ৩ টা আৰু ১০ মিলিমিটাৰৰ ২ টা) জৰিয়তে অস্ত্ৰোপচাৰ কৰা হয়।
ইয়াৰ ফলত ৰোগীগৰাকীয়ে বীজাণু সংক্ৰমণ, অস্ত্ৰোপচাৰৰ পিছত হব পৰা হাৰ্নিয়া (Hernia), বিষ আদি সমস্যাৰ পৰা মুক্তি লাভ কৰে আৰু অতি সোনকালেই স্বাভাবিক জীৱনত উভতি যাব পাৰে।
Minimally Invasive Milestone in Biliary Surgery!
A few days ago, Dr. Champak Barman, successfully performed a Laparoscopic Common Bile Duct (CBD) Exploration for a solitary CBD stone, followed by primary repair of the CBD — all done laparoscopically!
What once required a subcostal Kocher’s incision with T-tube insertion was managed through just 5 small keyhole incisions:
🔹 Two 10 mm ports
🔹 Three 5 mm ports
✅ Less post-operative pain
✅ Minimal scarring
✅ Reduced risk of wound infection
✅ Lower incidence of incisional hernia
✅ Faster recovery and better cosmetic outcomes