Nalbari Maternity Hospital

Directions Website Contact the business

Nalbari Maternity Hospital Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Nalbari Maternity Hospital, Nalbari Maternity Hospital, Nalbari.

Trusted care for every stage of life | Maternity • Gynaecology • IVF • Surgery • Diagnostics | Compassionate healthcare with experienced specialists in Nalbari | 24×7 Patient Care & Emergency Services

নলবাৰী চহৰৰ জিলিকণি চ'কৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত আয়োজিত শ্ৰীশ্ৰী দুৰ্গা পূজাত ডাঃ স্বাগতা বৈশ্য মেমক বিশেষভাৱে আমন্ত্ৰণ...
19/10/2026

নলবাৰী চহৰৰ জিলিকণি চ'কৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত আয়োজিত শ্ৰীশ্ৰী দুৰ্গা পূজাত ডাঃ স্বাগতা বৈশ্য মেমক বিশেষভাৱে আমন্ত্ৰণ জনোৱা হয়। পবিত্ৰ সন্ধি পূজাৰ 'মূল পূজা ভাগ' দেৱীৰ চৰণত ভক্তিৰে অৰ্পণ কৰিবলৈ তেখেতক এই মাংগলিক অনুষ্ঠানটিলৈ নিমন্ত্ৰণ কৰা হৈছিল। তেখেতৰ উপস্থিতিয়ে এই ভক্তিপূৰ্ণ অনুষ্ঠানটিৰ গাম্ভীৰ্য আৰু সৌষ্ঠৱ অধিক বৃদ্ধি কৰে আৰু উপস্থিত ৰাইজৰ মাজত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে।

পৱিত্ৰ দুৰ্গাপূজা উপলক্ষে বিল্লেশ্বৰ দেৱালয় দুৰ্গা পূজা সমিতিৰ উদ্যোগত আয়োজিত গ্ৰন্থমেলাত আজি সন্মানীয় অতিথি হিচাপে উ...
18/10/2026

পৱিত্ৰ দুৰ্গাপূজা উপলক্ষে বিল্লেশ্বৰ দেৱালয় দুৰ্গা পূজা সমিতিৰ উদ্যোগত আয়োজিত গ্ৰন্থমেলাত আজি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ডাঃ স্বাগতা বৈশ্য। অনুষ্ঠানত সমিতিয়ে তেখেতক উষ্ম আদৰণি জনায় আৰু ফুলাম গামোচাৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। এই উপলক্ষত উপস্থিত ৰাইজক উদ্দেশ্যি দিয়া ভাষণত ডাঃ বৈশ্যই শিশুসকলৰ সঠিক পুষ্টি, সুস্বাস্থ্য আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ লক্ষ্য নিৰ্ধাৰণ সম্পৰ্কে এক অতি গুৰুত্বপূৰ্ণ তথা সময়োপযোগী বক্তব্য আগবঢ়ায়। তেখেতে সন্তানহীনতাৰ সমস্যাত ভোগা সকলো দম্পতী যাতে মাতৃত্ব আৰু পিতৃত্বৰ সুখ লাভ কৰিবলৈ সক্ষম হয়, তাৰ বাবে মা দুৰ্গাৰ চৰণত প্ৰাৰ্থনা জনায়।

কাতিৰ আকাশ বন্তিয়ে প্ৰতিগৰাকী মাতৃ আৰু নৱজাতকৰ জীৱনলৈ কঢ়িয়াই আনক আশাৰ নতুন পোহৰ। নলবাৰী মেটাৰনিটি হাস্পতাল (NMH) পৰিয...
18/10/2026

কাতিৰ আকাশ বন্তিয়ে প্ৰতিগৰাকী মাতৃ আৰু নৱজাতকৰ জীৱনলৈ কঢ়িয়াই আনক আশাৰ নতুন পোহৰ। নলবাৰী মেটাৰনিটি হাস্পতাল (NMH) পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে কাতি বিহুৰ হিয়াভৰা ওলগ জনালোঁ।

মা দুৰ্গাৰ কৃপাত আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সকলোৰে জীৱন সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধিৰে ভৰি পৰক। মা ভগৱতীৰ আশীৰ্ব...
16/10/2026

মা দুৰ্গাৰ কৃপাত আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সকলোৰে জীৱন সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধিৰে ভৰি পৰক। মা ভগৱতীৰ আশীৰ্বাদে সমাজৰ সকলো অন্ধকাৰ নাশ কৰি সকলোৰে জীৱনলৈ কঢ়িয়াই আনক নতুন আশা আৰু ইতিবাচক চেতনা।
​সকলোকে জনালোঁ শাৰদীয় দুৰ্গা পূজাৰ অন্তৰভৰা শুভেচ্ছা!
​— ডাঃ স্বাগতা বৈশ্য
সাৰথি আই.ভি.এফ. চেণ্টাৰ
নলবাৰী মেটাৰ্নিটি হাস্পতাল
​

16/10/2026

মা দশভূজাৰ আগমণে প্ৰতিখন ঘৰলৈ কঢ়িয়াই আনক নতুন আশা আৰু আনন্দৰ বতৰা। শাৰদীয় দুৰ্গা পূজাৰ এই শুভ ক্ষণত নলবাৰী মেটাৰ্নিটি হাস্পতাল (NMH) পৰিয়ালবৰ্গৰ তৰফৰ পৰা সমূহ ৰাইজলৈ শাৰদীয় শুভেচ্ছা জনালোঁ। মাতৃ আৰু শিশুৰ সুস্বাস্থ্য, মৰম আৰু এক সুৰক্ষিত ভৱিষ্যতৰ কামনাৰে আমি সদায় আপোনালোকৰ কাষত আছোঁ।

আজি সাৰথি চিকিৎসালয় আৰু নলবাৰী মেটাৰ্নিটী চিকিৎসালয়ৰ বাকৰিত আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই এক বিশে...
19/09/2026

আজি সাৰথি চিকিৎসালয় আৰু নলবাৰী মেটাৰ্নিটী চিকিৎসালয়ৰ বাকৰিত আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। দুয়োখন চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছ আৰু ষ্টাফসকল একগোট হৈ আমাৰ প্ৰিয় শিল্পীগৰাকীক অন্তৰৰ পৰা সুঁৱৰিলে।

অনুষ্ঠানটোৰ আটাইতকৈ আৱেগিক মুহূৰ্তটো আছিল যেতিয়া সকলোৱে মিলি একেলগে তেখেতৰ চিৰযুগমীয়া গীত 'মায়াবিনী' সমস্বৰে গালে। প্ৰতিগৰাকী মানুহৰ কণ্ঠত আছিল শিল্পীগৰাকীৰ প্ৰতি থকা অকৃত্ৰিম মৰম আৰু গভীৰ শ্ৰদ্ধা। সকলোৱে একেলগে গীতটো গোৱাৰ সেই মুহূৰ্তটোৱে সঁচাকৈয়ে আমাৰ মনবোৰ সেমেকাই তুলিলে। তেখেতৰ অমৰ সৃষ্টি আৰু তেখেতৰ প্ৰতি থকা আমাৰ এই ভালপোৱা আমাৰ মাজত সদায় এনেকৈয়ে জীয়াই থাকিব।

আজি চিকিৎসালয় চৌহদত NMH, সাৰথি হাস্পতাল, সাৰথি IVF চেণ্টাৰ আৰু সাৰথি নাৰ্ছিং ইনষ্টিটিউটৰ সমূহ পৰিয়ালৰ উদ্যোগত অতি ভক্ত...
18/09/2026

আজি চিকিৎসালয় চৌহদত NMH, সাৰথি হাস্পতাল, সাৰথি IVF চেণ্টাৰ আৰু সাৰথি নাৰ্ছিং ইনষ্টিটিউটৰ সমূহ পৰিয়ালৰ উদ্যোগত অতি ভক্তি আৰু উলহ-মালহেৰে আয়োজন কৰা বিশ্বকৰ্মা পূজাৰ কিছু সুন্দৰ মুহূৰ্ত আপোনালোকৰ সৈতে Share কৰিলোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি চক্ৰ বিষয়া শ্ৰীমতী দেৱসেনা বৰ্মন মহোদয়াও আজিৰ এই পূজাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে, যিয়ে আমাৰ এই অনুষ্ঠানটিৰ সৌষ্ঠৱ আৰু অধিক বৃদ্ধি কৰে। সকলোৱে একেলগ হৈ ভগৱানৰ ওচৰত সেৱা জনোৱাৰ লগতে ৰোগীসকলৰ সুস্বাস্থ্য আৰু সমাজৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিলোঁ।
​কৰ্মই ধৰ্ম— এই মহান মন্ত্ৰক সাৰোগত কৰি নলবাৰী মেটাৰ্নিটী হাস্পতাল, সাৰথি হাস্পতাল, সাৰথি IVF চেণ্টাৰ আৰু সাৰথি নাৰ্ছিং ইনষ্টিটিউটৰ সমূহ পৰিয়ালৰ সৈতে একত্ৰিত হৈ আশীৰ্বাদ গ্ৰহণ কৰা আৰু আজিৰ এই পবিত্ৰ দিনটো একেলগে উদযাপন কৰাটো সঁচাকৈয়ে এক বিমল আনন্দৰ বিষয় আছিল।
​সকলোৰে কৰ্মজীৱনত সফলতা, নিৰাপত্তা আৰু উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ! আপোনালোক সকলোলৈকে বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। শুভ বিশ্বকৰ্মা পূজা!
​

সমগ্ৰ নলবাৰী মেটাৰনিটী হাস্পতাল (NMH) পৰিয়ালৰ তৰফৰ পৰা জন্মাষ্টমীৰ হিয়াভৰা ওলগ জনালোঁ। শিশু কৃষ্ণৰ পৱিত্ৰ আগমনে আপোনাল...
04/09/2026

সমগ্ৰ নলবাৰী মেটাৰনিটী হাস্পতাল (NMH) পৰিয়ালৰ তৰফৰ পৰা জন্মাষ্টমীৰ হিয়াভৰা ওলগ জনালোঁ। শিশু কৃষ্ণৰ পৱিত্ৰ আগমনে আপোনালোকৰ ঘৰখনলৈ অনাবিল আনন্দ আৰু শিশুৰ হাঁহি কঢ়িয়াই আনক। প্ৰতিগৰাকী মাতৃ আৰু নৱজাতকৰ সুস্বাস্থ্যৰ লগতে এক নিৰাপদ মাতৃত্বৰ যাত্ৰাৰ বাবে আমি ভগৱানৰ চৰণত সেৱা জনালোঁ।

We are expanding our exceptional medical team at Sarathi Hospital and Nalbari Maternity Hospital! We are currently seeki...
02/09/2026

We are expanding our exceptional medical team at Sarathi Hospital and Nalbari Maternity Hospital! We are currently seeking a dedicated full-time Gynaecologist and a compassionate Paediatrician to join us in our mission of advancing women’s and child healthcare. If you are passionate about nurturing healthy futures, supporting mothers, and providing top-tier medical care, we want you on our team. We offer an attractive remuneration package with salaries that are recognized as the best in the healthcare sector. Step into a premium, supportive environment where your expertise is truly valued. Apply today and help us continue caring for little lives and healthy families!

It was an absolute pleasure having Dr. Arathy Ramdas visiting us all the way from Manchester! From August 7th to August ...
20/08/2026

It was an absolute pleasure having Dr. Arathy Ramdas visiting us all the way from Manchester! From August 7th to August 15th, she joined us for intensive hands-on advanced gynaecological laparoscopy training under the expert guidance of Dr. Yashodhan Deka. During her time here, she dedicated herself to mastering the intricate tips and tricks of endometriosis surgery. It was wonderful hosting her for these few days, and her excellent performance was truly commendable. We wish her the very best as she returns to the UK—may she continue to achieve even greater heights and soon reach her well-deserved goal of becoming a consultant! All the best, Dr. Arathy!
​

Address

Nalbari Maternity Hospital
Nalbari
781335

Alerts

Be the first to know and let us send you an email when Nalbari Maternity Hospital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nalbari Maternity Hospital:

Shortcuts

Share