05/08/2026
নাৰায়না ছুপাৰ স্পেচিয়েলিটি হস্পিতাল, গুৱাহাটীৰ গেষ্ট্ৰএণ্টাৰোলজিষ্ট ও হেপাটোলজিষ্ট ডাঃ দীপাংকৰ দাস { MBBS, MD ( Medicine), DM (Gastroenterology)} এতিয়া লক্ষীমপুৰত উপলদ্ধ । প্ৰতি মাহৰ ৩য় (তৃতীয়) দেওবাৰে দিনৰ ২.৩০ বজাৰ পৰা উত্তৰ লক্ষীমপুৰ সদৰ থানাৰ সন্মুখৰ " বৈকুণ্ঠ মেডিকেল হল" ত ইচ্ছুক ৰোগীয়ে পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব। আগতীয়াকৈ নামভৰ্ত্তি কৰিবলৈ অথবা সবিশেষ জানিবৰ বাবে ৯৪৩৫০৮৫৭৭৬ (9435085776) / ৯৬৭৮৪৪৮৯৭৬ (9678448976) নম্বৰত যোগাযোগ কৰক.....🙏