08/01/2025
বহু দিনৰ পাছত পুনৰ অতি নতুন video লৈ আহিছোঁ, আশা কৰোঁ ভাল পাব ।
আজিৰ video r বিষয় হৈছে শাৰিৰীক ব্যাম আৰু পুষ্টিকৰ খাদ্য পৰা আঁতৰি থকাৰ বাবে আমাৰ শৰীৰৰ ত দেখা দিয়া কিছু বেমাৰ ৰ কাৰণ আৰু কাৰক সমূহ ।
যদি মোৰ video টো আপোনালোকে ভাল পায়, তেনেহলে video টো like আৰু comment কৰিব আৰু page খন follow,like আৰু share কৰিব ।
ধন্যবাদ । ❤️✨