01/07/2026
Notice
Dear Patients,
Please be informed that our clinic will remain closed for one week from [01/07/2026] to [06/07/2026]. Regular services will resume on [07/07/2026].
We apologize for any inconvenience this may cause and appreciate your understanding. For urgent medical concerns during this period, please visit your nearest healthcare facility.
Thank you for your continued trust and support.
Regards
R & A Physiotherapy Centre
জাননী
শ্ৰদ্ধেয় ৰোগীসকল,
আপোনালোকক জনোৱা গৈছে যে R & A Physiotherapy Centre ০১/০৭/২০২৬ তাৰিখৰ পৰা ০৬/০৭/২০২৬ তাৰিখলৈ এসপ্তাহৰ বাবে বন্ধ থাকিব। নিয়মীয়া সেৱা পুনৰ ০৭/০৭/২০২৬ তাৰিখৰ পৰা আৰম্ভ হ'ব।
ইয়াৰ ফলত হোৱা অসুবিধাৰ বাবে আমি আন্তৰিকভাৱে দুঃখিত আৰু আপোনালোকৰ সহানুভূতি আৰু সহযোগিতাৰ বাবে কৃতজ্ঞ। এই সময়ছোৱাত যদি জৰুৰী চিকিৎসাৰ প্ৰয়োজন হয়, অনুগ্ৰহ কৰি ওচৰৰ স্বাস্থ্যসেৱা কেন্দ্ৰ বা চিকিৎসালয়ত যোগাযোগ কৰক।
আপোনালোকৰ অবিৰত আস্থা আৰু সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ।
শুভেচ্ছান্তে,
R & A Physiotherapy Centre