31/05/2026
Local Egg vs Farm Egg – কোনটো বেছি স্বাস্থ্যকৰ?
সঁচা কথা হ'ল, দুয়োটাই উচ্চমানৰ protein, vitamins আৰু minerals-ৰ উৎকৃষ্ট উৎস। Local egg-ত কেতিয়াবা Omega-3 আৰু fat-soluble vitamins অলপ বেছি থাকিব পাৰে, কিন্তু difference সাধাৰণতে খুব ডাঙৰ নহয়।
✅ Local egg ≠ Superfood
✅ Farm egg ≠ Unhealthy
গুৰুত্বপূৰ্ণ কথা হ'ল—নিয়মিত egg খোৱা।
ProteinRich AssameseHealth HealthReel EggMyths DrUjjalRajkhowa