31/07/2026
We are proud to share the successful completion of another advanced robotic urological surgery at iUKD Kidney Hospital, Sonapur, reaffirming our commitment to delivering world-class surgical care to the people of Northeast India.
This complex robotic procedure was performed under our visionary leadership by renowned Dr. Gopal Krishna from Kolkata, in collaboration with Dr. Barun Kumar.
With cutting-edge robotic technology, patients benefit from:
✔️ Greater surgical precision
✔️ Smaller incisions
✔️ Minimal blood loss
✔️ Less post-operative pain
✔️ Faster recovery
✔️ Improved clinical outcomes
At iUKD Kidney Hospital, we continue to set new benchmarks in robotic urology, bringing internationally accepted surgical excellence closer to home.
📞 For appointments and advanced urology consultation, contact iUKD Kidney Hospital, Sonapur.
------------------
🤖 iUKD কিডনী হস্পিটেলত পুনৰ সফল উন্নত ৰ’বটিক ইউৰ’লজিকেল অস্ত্ৰোপচাৰ
উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীসকললৈ বিশ্বমানৰ ইউৰ’লজিকেল চিকিৎসা আগবঢ়োৱাৰ লক্ষ্যৰে iUKD কিডনী হস্পিটেল, সোণাপুৰত পুনৰ সফলতাৰে সম্পন্ন হ'ল আন এক উন্নত ৰ’বটিক ইউৰ’লজিকেল অস্ত্ৰোপচাৰ।
আমাৰ নেতৃত্বত এই জটিল ৰ’বটিক অস্ত্ৰোপচাৰ, কলকাতাৰ বিশিষ্ট ইউৰ’লজিষ্ট ডাঃ গোপাল কৃষ্ণ আৰু ডাঃ বৰুণ কুমাৰৰ সহযোগিতাত সফলতাৰে সম্পন্ন কৰা হয়।
আধুনিক ৰ’বটিক প্ৰযুক্তিৰ জৰিয়তে ৰোগীসকলে লাভ কৰে—
✅ অধিক নিখুঁত অস্ত্ৰোপচাৰ
✅ সৰু ছেদন (Small Incision)
✅ কম ৰক্তক্ষয়
✅ অস্ত্ৰোপচাৰৰ পিছত কম বিষ
✅ দ্ৰুত আৰোগ্য লাভ
✅ উন্নত চিকিৎসা ফলাফল
iUKD কিডনী হস্পিটেল সদায় অত্যাধুনিক প্ৰযুক্তি আৰু বিশ্বমানৰ চিকিৎসা সেৱাৰ জৰিয়তে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীসকলক উৎকৃষ্ট চিকিৎসা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
📞 এপইণ্টমেণ্ট বা উন্নত ইউৰ’লজী পৰামৰ্শৰ বাবে আজিয়েই যোগাযোগ কৰক – iUKD কিডনী হস্পিটেল, সোণাপুৰ।
iUKD ঠিকনা :
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati-782402
Phone Numbers: 8011501833, 9864104444